Cartoon
View Older
গুৱাহাটী,৯ এপ্ৰিল: বিখ্যাত জামাইকান স্প্ৰিণ্টাৰ য়ুছেইন ব’ল্টে টুইটাৰত আৰচিবিৰ জাৰ্চীৰ সৈতে নিজৰ এখন ফটো প'ষ্ট কৰে, যাৰ দ্বাৰা তেওঁ সতীৰ্থ বিৰাট কোহলী আৰু সমগ্ৰ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ দলক ৯ এপ্ৰিলত হ’ব লগীয়া চেন্নাইৰ লীগ অপেনাৰৰ আগতে শুভেচ্ছা জনায়।
ব’ল্ট আৰু কোহলী দুয়োজন হৈছে বিশ্বৰ বিখ্যাত ক্ৰীড়াপোছাকৰ ব্ৰেণ্ড পুমা-ৰ ব্ৰেণ্ড এম্বেছেডৰ, যি শেহতীয়াকৈ বাংগালোৰ-ভিত্তিক ফ্ৰেঞ্চাইজিৰ সৈতে ইয়াৰ আনুষ্ঠানিক কিট অংশীদাৰ হিচাপে দীৰ্ঘম্যাদী অংশীদাৰিত্ব চুক্তি ঘোষণা কৰিছে।
Comments