Choose Language

  • All  
  • English
  • অসমীয়া
0
0
5167

আইমী বৰুৱালৈ বিশেষ স্বীকৃতি


Published on May 6, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

সংকটৰ সময়ত অভিনেত্ৰী ছানী লিয়নীৰ মহানুভৱতা:১০ হাজাৰ প্ৰব্ৰজিত শ্ৰমিকলৈ যোগান ধৰিলে খাদ্য


Published on May 6, 2021|News Source : প্ৰণৱজ্যোতি দত্ত

গুৱাহাটী, ৬ মে':কৰ’নাৰ সংকটৰ সময়ত মোহময়ী অভিনেত্ৰী ছানী লিয়নীৰ মহানুভৱতা।কৰ’নাৰ ভয়াৱহ সংক্ৰমণৰ ফলত শ্ৰমজীৱি লোকসকল বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে।কিন্তু সংকটৰ এই সময়ত আৰ্তজনক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অভিনেত্ৰী ছানী লিয়নী।

ছানী লিয়নীয়ে ইথিকেল ট্ৰিটমেণ্ট অৱ এনিমেলছ চমুকৈ 'পিটা'ৰৰ সহযোগত দিল্লীৰ প্ৰব্ৰজিত শ্ৰমিকলৈ খাদ্য সামগ্ৰী যোগান ধৰে।দিল্লীৰ ১০ হাজাৰ প্ৰব্ৰজিত শ্ৰমিকলৈ ছানী লিয়নীয়ে যোগান ধৰিলে খাদ্য।

ছানী লিয়নীৰ এই প্ৰচেষ্টালৈ উদয় ফাউণ্ডেশ্যন নামৰ NGO-ই সহায়ৰ হাত আগবঢ়াইছে।উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে ছলমান খান,শিল্পা ছেট্টীয়েও আৰ্তজনক সহায় কৰিবলৈ আগবাঢ়ি আহিছে।

Cartoon
View Older

 

June 17, 2021


Entertainment
View Older


From Our Archive

Create Account