Choose Language

  • All  
  • English
  • অসমীয়া
0
0
5166

এইবাৰ ভেকচিনৰ এটা ড’জেৰেই নিয়ন্ত্ৰণ কৰিব পৰা যাব কৰ’না


Published on May 7, 2021 | News Source: প্ৰণৱজ্যোতি দত্ত
Share This Page
Related Stories

এটা ভাল খবৰ:অৱশেষত কৰ'নাক জয় কৰি ঘৰলৈ উভটিল বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি


Published on May 7, 2021|News Source : প্ৰণৱজ্যোতি দত্ত

গুৱাহাটী, ৭ মে':এটা ভাল খবৰ।অৱশেষত কৰ'নাক জয় কৰি ঘৰলৈ উভটিল বিশিষ্ট চিন্তাবিদ তথা সাহিত্যিক হোমেন বৰগোহাঞি।আজি হোমেন বৰগোহাঞিৰ কৰ'নাৰ ৰিজাল্ট নিগেটিভ আহে।

নিগেটিভ অহাৰ পাছতে তেওঁক ঘৰলৈ যাবলৈ দিয়া হৈছে।চিকিৎসকৰ পৰামৰ্শমতে বৰগোহাঞি আজি ঘৰলৈ উভটিব।

উল্লেখযোগ্য যে,কিছুদিন পূৰ্বে কৰ'নাত আক্ৰান্ত হৈ বিশিষ্ট চিন্তাবিদ তথা সাহিত্যিক গৰাকীজি এম চি এইচত চিকিৎসাধীন হৈ আছিল।

Cartoon
View Older

 

June 17, 2021


Entertainment
View Older


From Our Archive

Create Account