Choose Language

  • All  
  • English
  • অসমীয়া
0
0
5166

ৰাজ্য সমূহলৈ ১৬ মে' পৰ্য্যন্ত ৰেমডেচিভিৰ ঔষধৰ যোগান ধৰা হৈছে


Published on May 7, 2021 | News Source: বিজয় শংকৰ বৰা
Share This Page
Related Stories

অসম চৰকাৰে ৰেমডেচিভিৰ প্ৰদান কৰিব নাৰ্ছিং হ’মক


Published on April 27, 2021|News Source : অৰূপ ডেকা


গুৱাহাটী,২৭ এপ্ৰিল: অসম চৰকাৰে ৰাজ্যখনৰ নাছিং হ’ম সমূহৰ লগতে ৰ্প্ৰৱাসী অসমীয়াক ৰেমডেচিভিৰ প্ৰদানৰ সিন্ধান্ত গ্ৰহণ কৰে।  ৰেমডেচিভিৰ মুকলি কৰি দিয়া সন্দৰ্ভত হিমন্ত বিশ্বই কয় যে, "বৰ্তমান অসমত ২৫ হাজাৰ ৰেমডেচিভিৰৰ পালি মজুত আছে। সেয়েহে অসম চৰকাৰে এক নতুন আঁচনিৰ জৰিয়তে ৰাজ্যৰ নাৰ্ছিংহ’মসমূহলৈ ৰেমডেচিভিৰৰ ২,৫০০ পালি প্ৰদানৰ সিন্ধান্ত গ্ৰহণ কৰিছে আৰু লগতে চৰকাৰে প্ৰয়োজন অনুসৰি প্ৰৱাসী অসমীয়াৰ বাবে ১,০০০ ৰেমডেচিভিৰৰ পালি মজুত ৰাখিছে।"

স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে লগতে ৰাজ্যখনত অক্সিজেন উৎপাদন আৰু সঞ্চয় ক্ষমতা বৃদ্ধিৰ বাবে অসম চৰকাৰৰ সমন্বিত প্ৰচেষ্টা সন্দৰ্ভতো উল্লেখ কৰে আৰু ৰাজ্যখনক অতিৰিক্ত অক্সিজেনৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ সিন্ধান্ত গ্ৰহণ কৰে। আনহাতে, বিগত ১০ দিনত কেইবাটাও পুৰণি অক্সিজেনৰ প্ৰকল্প পুনৰুজ্জীৱিত কৰাৰ উপৰি বিভিন্ন চিকিৎসা মহাবিদ্যালয় আৰু অসামৰিক চিকিৎসালয় সমূহত নতুন অক্সিজেন উৎপাদন প্ৰকল্প স্থাপন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে। শেষত স্বাস্থ্যমন্ত্রী গৰাকীয়ে কয় যে, "ৰাজ্যত বৰ্তমান অক্সিজেনৰ উৎপাদন ক্ষমতা ২০ মেট্ৰিক টনৰ পৰা ৬১ মেট্ৰিক টনলৈ বৃদ্ধি কৰা হৈছে।"

Cartoon
View Older

 

June 17, 2021


Entertainment
View Older


From Our Archive

Create Account