Choose Language

  • All  
  • English
  • অসমীয়া

ভাল খবৰ:প্ৰতিষেধকৰ নাটনিৰ সময়তে ভাৰতলৈ আহিছে ৰাছিয়াৰ ক'ভিড প্ৰতিষেধক ‘স্পুটনিক-ভি’


Published on May 6, 2021 | News Source: প্ৰণৱজ্যোতি দত্ত
Share This Page
Related Stories

জুবিন গাৰ্গৰ মহানুভৱতা:ক'ভিড চেণ্টাৰ কৰিবলৈ আগবঢ়ালে নিজৰ কাহিলীপাৰাৰ বাসগৃহ


Published on May 6, 2021|News Source : প্ৰণৱজ্যোতি দত্ত

গুৱাহাটী, ৬ মে':শিল্পী জুবিন গাৰ্গৰ শিল্পীৰ লগতে আছে সমাজসেৱক হিচাপে আন এক অনন্য পৰিচয়।বিভিন্ন সময়ত জুবিন গাৰ্গে সমাজৰ লগতে আৰ্তজনক সেৱা আগবঢ়াই আহিছে।এইবাৰ ক'ভিড যুদ্ধৰ সময়ত জুবিন গাৰ্গে দেখুৱালে আন এক মহানুভৱতাৰ পৰিচয়।

এইবাৰ জুবিন গাৰ্গে ক'ভিড চেণ্টাৰ কৰিবলৈ চৰকাৰক আগবঢ়ালে নিজৰ বাসগৃহ।ইতিমধ্যে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে এই বিশেষ ঘোষণা কৰিছে।

এক ফেচবুক পোষ্টযোগে গৰিমা শইকীয়া গাৰ্গে এই ঘোষণা কৰি লিখিছে  যে,"আমাৰ কাহিলীপাৰা স্থিত দুমহলীয়া ঘৰটো ক'ভিড কেয়াৰ কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ আৰু লগতে বৃন্দাবন থিয়েটাৰৰ দুখন ট্ৰাক সকলো সময়তে ক’ভিড সম্পৰ্কীয় কামত ব্যৱহাৰ কৰাৰ বাবে চৰকাৰ/প্ৰশাসনক প্ৰদান কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছোঁ।

এই পৰিস্থিতিত চৰকাৰে তেওঁলোকৰ কাহিলীপাৰাত থকা ঘৰতো ক’ভিড কেয়াৰ কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে।"

Cartoon
View Older

 

June 20, 2021


Entertainment
View Older


From Our Archive

Create Account