Choose Language

  • All  
  • English
  • অসমীয়া
0
0
5167

আইপিএলৰ উদীয়মান বলাৰ চেতন ছাকাৰীয়াৰ পিতৃৰ দেহাৱসান


Published on May 9, 2021 | News Source: ৰাহুল ডেকা
Share This Page
Related Stories

কভিড ৰোগীক চিকিৎসাৰ বাবে নতুন ঔষধ, ভাৰতৰ বাবে কিছু সকাহ


Published on May 9, 2021|News Source : ৰুবী বৰুৱা দাস

গুৱাহাটী, ৯ মে’- ভাৰতত কভিড-১৯ ৰ বিৰুদ্ধে চলি থকা যুঁজখনত ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা(ডি আৰ ডি অ’)ই এক গুৰুত্বপূৰ্ণ সাফল্য লাভ কৰিছে। সংস্থাটোৰ অন্তৰ্গত  দিল্লীস্থ পৰীক্ষাগাৰ নিউক্লিয়াৰ মেডিচিন এণ্ড এলায়েড চায়েন্স (আই এন এম এ এছ) প্ৰতিষ্ঠানত কভিড ১৯ ত আক্রান্ত ৰোগীৰ চিকিৎসাৰ বাবে প্রস্তুত কৰা 2-deoxy-D-glucose ঔষধবিধৰ জৰুৰীকালীন ব্যৱহাৰৰ বাবে ভাৰতীয় ঔষধ মহানিয়ন্ত্রক চমুকৈ ডি চি জি আই-এ অনুমতি প্রদান কৰিছে। 


পাউদাৰৰ ৰূপত উপলব্ধ এই ঔষধবিধ পানীত মিহলাই ৰোগীয়ে সেৱন কৰিব পাৰে। এই ঔষধবিধ ডাঃ ৰেড্ডিজ গৱেষণাগাৰৰ সহযোগত প্রতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থাৰ পৰীক্ষাগাৰ আৰু নিউক্লিয় ঔষধ আৰু আনুসংগিক বিজ্ঞান প্রতিষ্ঠানে প্রস্তুত কৰি উলিয়াইছে।


এই ঔষধবিধ ভেকছিনৰ দৰে নহয়। ই ইতিমধ্যে ৰোগটোত মধ্যমীয়া বা গুৰুতৰ ভাৱে ভোগী থকা ৰোগী সকলৰ আৰোগ্য হোৱাৰ গতি খৰতকী্যা কৰে আৰু অক্সিজেনৰ ওপৰত নিৰ্ভৰশীল হৈ পৰা ৰোগীসকলৰ নিৰ্ভৰ্শীলতাৰ ম্যাদ হ্ৰাস কৰে।   
 


Published on January 1, 1970|News Source :

হিমন্ত বিশ্ব শৰ্মা অসমৰ নতুন মূখ্যমন্ত্ৰী হোৱাটো অৱশেষত স্থিৰ হ'ল


Published on May 9, 2021|News Source : বিজয় শংকৰ বৰা

 গুৱাহাটী, ৯ মে : হিমন্ত বিশ্ব শৰ্মা অসমৰ নতুন মূখ্যমন্ত্ৰী হোৱাটো অৱশেষত স্থিৰ হ'ল। এই কথা সদৰী কৰিছে জ্যেষ্ঠ বিজেপি নেতা শান্তনু ভৰালীয়ে।

বিজেপি পাৰ্টিৰ সূত্ৰ অনুসৰি সৰ্বানন্দ সোণোৱালে আজি মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিব আৰু বিজেপি বিধায়িনী দলৰ আজি হ'ব লগা সভাত হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাবে আনুষ্ঠানিক ভাৱে ঘোষণা কৰা হ'ব।

Cartoon
View Older

 

June 17, 2021


Entertainment
View Older


From Our Archive

Create Account