Choose Language

  • All  
  • English
  • অসমীয়া
0
0
5166

চাহ বাগিচাত শীঘ্রে স্থাপন কৰা হ'ব ক'ভিড-১৯ টীকাকৰণ শিবিৰ


Published on May 8, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

টীয়কৰ চাহ বাগিছাত কভিড নীতি-নিয়ম অৱমাননা


Published on May 8, 2021|News Source : অমৃত দত্ত, জগদুৱাৰ, জনমভূমি

জগদুৱাৰ, ৮ মে‘- উজনি অসমৰ প্ৰায়বোৰ চাহ বাগিছাতে চৰকাৰী নীতি-নিয়ম উলংঘা কৰা দেখিবলৈ পোৱা গৈছে ।টীয়কৰ বহু বাগিচাত দিনৰ দুই বজাৰ পাছতো অব্যাহত আছে বাগিছাৰ কাম কাজ।
ক'ৰনা ভাইৰাছৰ সংক্ৰমণ ৰোধিবলৈ অসম চৰকাৰে শেহতীয়া ভাৱে কিছু নীতি নিৰ্দেশনা জাৰি কৰিছিল। সেই নীতি নিয়ম সমূহৰ ভিতৰত সকলো চৰকাৰী- বেচৰকাৰী কাৰ্যালয়,ব্যৱসায়িক প্ৰতিস্থান আদি দিনৰ দুই বজাৰ পৰা বন্ধ ঘোষণা কৰিছিল যদিও একাংশ চাহ বাগিছাত বিয়লি ৪ বজালৈকে কাম কাজ চলাই আছে।

টীয়কৰ কেইবাখনো চাহ বাগিচাত  দুই বজাৰ পাছতো  শ্ৰমিকসকল কাম কৰিবলৈ বাধ্য কৰোৱা হৈছে ।চৰকাৰী নিৰ্দেশনা ভৰিৰে মোহাৰি বাগিছা কৰ্তৃপক্ষই এইসকল শ্ৰমিকক কামত নিয়োজিত কৰিছে। যাক লৈ এতিয়া সৰব হৈ উঠিছে একাংশ সচেতন ব্যক্তিৰ লগতে স্থানীয় আটছাৰ বিষয়ববীয়া সকল। উজনিৰ বহু বাগিচাৰ শ্ৰমিক কৰ’ণাত আক্ৰান্ত হোৱাৰ খবৰে ইতিমধ্যে বাগিচাৰ শ্ৰমিক সকলক আতংকিত কৰা সময়তেই বাগান কৰ্তৃপক্ষৰ এই কাৰ্যই ক্ষোভিত কৰিছে শ্ৰমিক সকলক।

Cartoon
View Older

 

June 17, 2021


Entertainment
View Older


From Our Archive

Create Account