Choose Language

  • All  
  • English
  • অসমীয়া
0
0
5136

দুৰ্নীতিপৰায়ণ আৱকাৰী অধীক্ষক মানসজ্যোতি দাসৰ ঘৰত ওলাল ৫ লক্ষাধিক টকা


Published on May 7, 2021 | News Source: ৰাহুল ডেকা
Share This Page
Related Stories

এইসময়ত এজন দৌৰিব পৰা মুখ্যমন্ত্ৰী লাগে:মুখ্যমন্ত্ৰী সন্দৰ্ভত জুবিন গাৰ্গৰ মন্তব্য


Published on May 7, 2021|News Source : প্ৰণৱজ্যোতি দত্ত

গুৱাহাটী, ৭ মে':মুখ্যমন্ত্ৰী সন্দৰ্ভত জুবিন গাৰ্গৰ মন্তব্য।বৃহস্পতিবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত উপস্থিত হ'ল জনপ্ৰিয় সংগীত শিল্পী জুবিন গাৰ্গ।মুখ্যমন্ত্ৰী সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত জুবিনে কয় যে,"মই এজন ডাইনেমিক, এগ্ৰেচীভ,দৌৰিব পৰা মুখ্যমন্ত্ৰী বিচাৰো।

পৰিস্থিতি জটিল।এইসময়ত এজন দৌৰিব পৰা মুখ্যমন্ত্ৰী লাগে।দুয়োজন ককাইদেৱেই আপোন।এইমুহূৰ্তত কাৰো নাম নলও।"

ইফালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লগ ধৰি জুবিন গাৰ্গে নিজৰ কাহিলীপাৰাৰ বাসগৃহটো কোভিড কেয়াৰ চেণ্টাৰ হিচাপে দিব বিচাৰে বুলি উল্লেখ কৰাৰ লগতে কৰ’নাৰ বাবে বিহুৰ অনুষ্ঠান আধাতে সামৰিবলগীয়া হোৱা শিল্পীসকলৰ বাবে ডিচেম্বৰ মাহত বিশেষ অনুষ্ঠান পাতি শিল্পীসকলক সহায় কৰাৰ পৰিকল্পনাৰ বিষয়েও মন্ত্ৰী অৱগত কৰে।

কেন্দ্ৰীয় চৰকাৰক কঠোৰ সকীয়নী উচ্চতম ন্যায়ালয়ৰ


Published on May 7, 2021|News Source : ৰাহুল ডেকা

গুৱাহাটী,৭ মে':কেন্দ্ৰীয় চৰকাৰ আৰু দিল্লী প্ৰশাসনৰ মাজত অক্সিজেনকলৈ চলি থকা শীতল যুদ্ধক কেন্দ্ৰ কৰি আজি উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায় দিয়ে।

উচ্চতম ন্যায়লয়ে কয় যে পৰৱৰ্তী নিৰ্দেশ অহালৈকে কেন্দ্ৰই দিল্লীক প্ৰতিদিনে ৭০০ মেট্ৰিক টন অক্সিজেন যোগান ধৰিব লাগিব ।

ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠন হোৱা এইখন বিচাৰপীঠে অক্সিজেনৰ অভাৱৰ ওপৰত দিল্লী চৰকাৰে দিয়া দাখিলৰ প্ৰতি লক্ষ্য ৰাখিছিল আৰু কেন্দ্ৰক সতৰ্ক কৰি দিছিল যে যদি দৈনিক ৭০০ মেট্ৰিক টন এলএমঅ' যোগান ধৰা নহয় তেন্তে সংশ্লিষ্ট বিষয়াসকলৰ বিৰুদ্ধে চমন জাৰি কৰা হ'ব।

ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কয়" আমি এই প্ৰসংগত বলপূৰ্বক ভাবে একো ক'ব নিবিচাৰো কিন্তু আমি বিচাৰো যে দিল্লীলৈ দৈনিক ৭০০ মেট্ৰিক টন অক্সিজেন কেন্দ্ৰৰ দ্বাৰা যোগান ধৰা হওঁক ।"।

 

Cartoon
View Older

 

June 15, 2021


Entertainment
View Older


From Our Archive

Create Account