Choose Language

  • All  
  • English
  • অসমীয়া
0
0
5166

অসমত আজিৰ পৰা ১৮-৪৪ বছৰৰ লোক সকলৰ বাবে ভেকছিন দিয়াৰ অভিযান পূৰ্ণদ্যেমে আৰম্ভ হৈছে


Published on May 7, 2021 | News Source: বিজয় শংকৰ বৰা
Share This Page
Related Stories

ৰাজ্য সমূহত ৯০ লাখ পালি বিনামূলীয়া ভেকছিন মজুত আছে


Published on May 7, 2021|News Source : বিজয় শংকৰ বৰা

গুৱাহাটী, ৭ মে':  দেশজুৰি ক'ভিড ভেকছিনৰ বাঢ়ি অহা প্ৰয়োজনীয়তা সময়ত আজি কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে কয়যে দেশৰ সকলো ৰাজ্য তথা কেন্দ্ৰীয় শাসিত ৰাজ্য সমূহত ৯০ লাখ পালি বিনামূলীয়া ভেকছিন মজুত আছে আৰু ১০ লাখ পালি অহা তিনিদিনৰ ভিতৰত যোগান ধৰা হ'ব।


কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে কয় যে এতিয়ালৈকে ৰাজ্য তথা কেন্দ্ৰীয় শাসিত ৰাজ্য সমূহক ১৭,৩৫,০৭,৭৭০ পালি ভেকছিন বিনামূলীয়াকৈ যোগান ধৰা হৈছে আৰু ইয়াৰ পৰা ১৬,৪৪,৭৭,১০০ পালি ভেকছিন ব্যৱহাৰ কৰা হৈছে।

Cartoon
View Older

 

June 17, 2021


Entertainment
View Older


From Our Archive

Create Account