Choose Language

  • All  
  • English
  • অসমীয়া

ইটানগৰত জাৰি কৰা হ'ল সপ্তাহজোৰা লকডাউন


Published on May 8, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

ক'ভিডৰ কেন্দ্রবিন্দুত পৰিণত হৈছে কৰিমগঞ্জৰ 'জিলা কাৰাগাৰ'    


Published on May 8, 2021|News Source : অৰূপ ডেকা


গুৱাহাটী, ৮ মে': ৰাজ্যৰ ক'ভিড পৰিস্থিতি ভয়াবহ দিশে গতি কৰিছে। দিনক দিনে অস্বাভাৱিক হাৰত ক'ৰনা ভাইৰাছত আক্রান্ত ৰোগীৰ সংখ্যা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। তাৰ মাজতে কৰিমগঞ্জৰ জিলা কাৰাগাৰত ক'ৰনা ভাইৰাছে ভয়াবহ ৰূপ লোৱা দেখা গৈছে। কাৰাগাৰৰ ২৮ জন লোক ক'ভিড আক্রান্ত হোৱাৰ ঘটনাই ভিতৰৰ পৰিৱেশ ভয়ানক হৈ পৰিছে। 

বিগত কেইদিনমান পূৰ্বে কাৰাগাৰৰ ৬ জন কৰ্মচাৰী ক'ভিড পজিটিভ হোৱা পৰিলক্ষিত হৈছিল। সদ্যহতে ক'ৰনা গণসংক্ৰমণৰ ফলত কাৰাগাৰ খনত পুনৰায় ২৮ জন লোক ক'ভিডত আক্রান্ত হোৱা পৰিলক্ষিত হৈছে। বৰ্তমান কাৰাগাৰ খনত ২৮ জন আক্রান্ত হোৱা লোকেৰে মুঠ ৩৪ জনলৈ বৃদ্ধি পাইছে। আনহাতে কৰিমগঞ্জ জিলাত মুঠ ক'ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা ৩০০ জনলৈ বৃদ্ধি পাইছে।
 

Cartoon
View Older

 

June 20, 2021


Entertainment
View Older


From Our Archive

Create Account