Choose Language

  • All  
  • English
  • অসমীয়া

এলবাৰ্ট আইনষ্টাইনৰ দৰে অন্তিম সংস্কাৰ বিচাৰিছিল হোমেন বৰগোহাঞিয়ে:নিজে লিখি থৈ গৈছে এই কথা


Published on May 12, 2021 | News Source: প্ৰণৱজ্যোতি দত্ত,ফটোঃ ৰেৱ কুমাৰ বৰা
Share This Page
Related Stories

কাইলৈৰ পৰা ৰাজ্যত ক'ভিডৰ নতুন নিৰ্দেশনা জাৰি:এইবাৰ কি কি নতুন নিৰ্দেশনা?


Published on May 12, 2021|News Source : প্ৰণৱজ্যোতি দত্ত,ফটোঃ ৰেৱ কুমাৰ বৰা

গুৱাহাটী,১২ মে':কাইলৈৰ পৰা ৰাজ্যত ক'ভিডৰ নতুন নিৰ্দেশনা।জাৰি কৰা হৈছে।ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ যুটীয়া সংবাদমেলত এই কথা ঘোষণা কৰে।কৰ'নাৰ সংক্ৰমণ অধিক বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত পুনৰ এই নতুন নিৰ্দেশনা জাৰি কৰিছে।কোনো লোকে এই নিৰ্দেশনা ভংগ কৰিলে আইন অনুসৰি অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব।

এইবাৰ কি কি নতুন নিৰ্দেশনা?

১)চহৰ অঞ্চলত  দিনৰ ১ বজাতেই বন্ধ কৰিব লাগিব দোকান-বজাৰ।
২)গ্ৰাম্য অঞ্চলত দিনৰ ২ বজালৈকে দোকান খুলিব পাৰিব।
৩)আবেলি ২ বজাৰ পৰা পুৱা ৫ বজালৈকে ৰাজহুৱা স্থানত চলা-ফুৰা সম্পূৰ্ণ বন্ধ কৰা হৈছে।
৪)সকলো শিক্ষা প্ৰতিষ্ঠানৰ শ্ৰেণী সমূহ অহা ১৫ দিনলৈ বন্ধ থাকিব।
৫)ৰেষ্টুৰেন্ট,ধাবা আৰু ভোজনালয়ত কেৱল আবেলি ১ বজালৈকেহে নিজৰ চৌহদৰ ভিতৰত অতিথিৰ সেৱা কৰিব পাৰিব।ইয়াৰ পিছত হোটেলৰ আবাসীসকলক নিজৰ কোঠাত খাদ্যৰ যোগান ধৰিব পাৰিব।আবেলি ১বজাৰ পিছত খাদ্যৰ ঘৰুৱা বিতৰণসমূহ কঢ়িয়াই নিব পাৰিব।

 

৬)১৫ দিনৰ বাবে বন্ধ থাকিব সাপ্তাহিক বজাৰ।

৭)দুচকীয়া বাহনৰ পাছফালে মহিলা বা শিশুকহে উঠাব পাৰিব।

৮)চৰকাৰী বাহনৰ বাহিৰে সকলো ব্যক্তিগত বাহন যিকোনো দিনত পুৱা ৫ বজাৰ পৰা দিনৰ ২ বজালৈকে যুগ্ম-অযুগ্ম হিচাপত চলাব লাগিব।

৯)চৰকাৰী বাহনৰ বাহিৰে সকলো ব্যক্তিগত বাহন যিকোনো দিনত পুৱা ৫ বজাৰ পৰা দিনৰ ২ বজালৈকে যুগ্ম-অযুগ্ম হিচাপত চলাব লাগিব।

১০)এই নিৰ্দেশনাসমূহ অত্যাৱশকীয় আৰু জৰুৰীকালীন সেৱাত জড়িত বাহন আৰু লোকৰ ক্ষেত্ৰত ৰেহাই দিয়া হৈছে।

most read news
    Cartoon
    View Older

     

    January 23, 2022


    Entertainment
    View Older

    North-East
    View Older

    From Our Archive

    Create Account