Cartoon
View Older
গুৱাহাটী,১২ মে': বিশিষ্ট সাহিত্যিক তথা সাংবাদিক হোমেন বৰগোহাঞিৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শোক প্ৰকাশ কৰি তেখেতৰ টুইটাৰত কয়,"হোমেন বৰগোহাঞিক অসমৰ সাহিত্য আৰু সংবাদ জগতলৈ আগবঢ়াই যোৱা তেওঁৰ সমৃদ্ধ অৱদানৰ বাবে স্মৰণ কৰা হ'ব। তেওঁৰ ৰচনাসমূহে অসমৰ জন-জীৱন আৰু সংস্কৃতিৰ বিভিন্ন দিশক প্ৰতিফলিত কৰিছিল। তেওঁৰ মৃত্যুত দুঃখিত। তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকলৰ প্ৰতি মোৰ সমবেদনা। ওম শান্তি।'
তেখেতৰ এনে অকাল বিয়োগত শোক প্ৰকাশ কৰিছে সমগ্ৰ ৰাজ্যবাসীৰ লগতে ভাৰতবৰ্ষৰ অসংখ্য গুণমুগ্ধই ।
Comments