Classifieds
View All
গুৱাহাটী, ১৫ মে': অসমত সঘনাই আহি থকা ভূমিকম্পৰ ফলত অসমবাসী সংকিত হৈ পৰিছে। থিক তেনেতে আজি পুৱা ৮:৩৪ মিনিটত সমগ্ৰ অসমত এক মৃদু ভূমিকম্পই জোকাৰি যায়।
ভূমিকম্পটোৰ প্ৰাবল্য ৩.৯ ৰিখটাৰ স্কেল বুলি জানিব পৰা গৈছে আৰু ইয়াৰ অভিকেন্দ্ৰস্থল হৈছে শোণিতপুৰ জিলা।
Comments