Choose Language

  • All  
  • English
  • অসমীয়া

নগালেণ্ড, ক'ভিড-১৯: ২৭৫ জন আক্ৰান্ত, ১৩ জনৰ মৃত্যু


Published on May 15, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

অপহৃত ৰিতুল শইকীয়া সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া


Published on May 15, 2021|News Source : অৰূপ ডেকা


গুৱাহাটী, ১৫ মে': ১৪মে' ত সংঘটিত বোমা বিস্ফোৰণস্থলী পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিস্ফোৰণত মৃত্যু হোৱা লোকদুজনৰ পৰিয়ালক ৫ লাখ টকাকৈ  এককালীন সাহায্য ঘোষণা কৰে।

লগতে অ'এনজিচিৰ অপহৃত বিষয়া ৰিতুল শইকীয়া সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, "ৰিতুল শইকীয়া ম্যানমাৰত সম্পূৰ্ণ সুস্থ অৱস্থাত আছে। অসম আৰক্ষীৰ শীৰ্ষ বিষয়াই ৰিতুল শইকীয়াৰ উদ্ধাৰৰ প্ৰচেষ্টা চলাই আছে।"

আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিস্ফোৰণত মৃত্যু হোৱা পৰিয়াল দুয়োটা সৈতে মত-বিনিময় কৰাৰ লগতে শীঘ্রে সু-ব্যৱস্থাৰ আশ্বাস প্ৰদান কৰে।

most read news
    Cartoon
    View Older

     

    September 28, 2021


    Entertainment
    View Older


    From Our Archive

    Create Account