Choose Language

  • All  
  • English
  • অসমীয়া
0
0
5166

জুলাই মাহৰ শেষত দেশখনত মুঠ ৫১.৬ কোটি পালি ক'ভিড ভেকছিন উপলদ্ধ হ'ব


Published on May 15, 2021 | News Source: বিজয় শংকৰ বৰা
Share This Page
Related Stories

গ্ৰাম্য ভাৰতৰ ঘৰে ঘৰে গৈ ক'ভিড পৰীক্ষা কৰাত গুৰুত্ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ


Published on May 15, 2021|News Source : বিজয় শংকৰ বৰা

গুৱাহাটী, ১৫ মে' : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ক'ভিড সংক্ৰমণৰ গতি স্তিমিত কৰিবলৈ গ্ৰাম্য ভাৰতৰ ঘৰে ঘৰে গৈ ক'ভিড  পৰীক্ষা কৰাৰ লগতে নিৰীক্ষণৰ ওপৰত গুৰুত্ব দিয়ে।

তেওঁ লগতে ক'ভিড পৰীক্ষাৰ যোগাত্মক ফলাফলৰ হাৰ বেচি হোৱা অঞ্চল সমুহত স্থানীয় ভাৱে 'কণ্টেইনমেণ্ট' পদক্ষেপ লোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।


প্ৰধানমন্ত্ৰীয়ে আজি ক'ভিড১৯ পৰিস্থিতি আৰু ভেকছিন অভিযান সম্পৰ্কে এখন উচ্চস্তৰীয় পৰ্যালোচনা বৈঠকত এই পদক্ষেপ সমুহ লবলৈ উপদেশ দিয়ে।
প্ৰধানমন্ত্ৰীয়ে 'আশা' আৰু 'অংগনবাদী' কৰ্মী সকলক সকলো ধৰণৰ প্ৰয়োজনীয় সা-সৰঞ্জাম দি ক'ভিডৰ বিৰুদ্ধে যুঁজ খনত ভাগ লবলৈ দিয়াত গুৰুত্ব দিয়ে।

Cartoon
View Older

 

June 17, 2021


Entertainment
View Older


From Our Archive

Create Account