Classifieds
View All
গুৱাহাটী,১৪ মে': ১৫ বছৰে বিমান পৰিবহণৰ ধ্বজা বহন কৰি থকা ৱাদিয়া গ্ৰুপৰ মালিকানাধীন গ'এয়াৰে নিজকে 'গ' ফাৰ্ষ্ট' হিচাপে ৰিব্ৰেণ্ড কৰিছে ।
অতি-কম ব্যয়ৰ এয়াৰ কেৰিয়াৰ হিচাপে গ' ফাৰ্ষ্টে ইয়াৰ এয়াৰবাছ এ ৩২০ আৰু এ ৩২০ নিওচ (নতুন ইঞ্জিন বিকল্প) নামৰ দুয়োখন বিমান চলাব বুলি তেওঁলোকে জানিবলৈ দিছে।
তথ্য অনুসৰি বিমান সংস্থাটোৱে ইয়াৰ সম্প্ৰসাৰণ পৰিকল্পনাৰ বাবে পুঁজি সংগ্ৰহ কৰিবলৈ প্ৰাৰম্ভিক শ্বেয়াৰ বিক্ৰীৰ বাবে প্ৰস্তুতি চলাই আছে।
Comments