Choose Language

  • All  
  • English
  • অসমীয়া
0
0
5167

টিংৰাই বিস্ফোৰণত আমি  জড়িত নহয় : আলফা (স্বাধীন)


Published on May 14, 2021 | News Source: জনমভূমি নিউজডেস্ক
Share This Page
Related Stories

ডিগবৈৰ টিংৰাই বজাৰত ভয়াবহ বিস্ফোৰণ


Published on May 14, 2021|News Source : অৰূপ ডেকা

গুৱাহাটী, ১৪ মে': ডিগবৈৰ টিংৰাই বজাৰত ভয়াবহ গ্ৰেণেড বিস্ফোৰণৰ দ্বৰে ঘটনা সংঘটিত হৈছে। তোৰণ আগৰৱালা নামৰ হাৰ্ডওৱেৰ বিপণী এখনৰ সন্মুখত মটৰচাইকেলেৰে যোৱা দুস্কৃতিকাৰী দুজনে বোমাটো নিক্ষেপ কৰি পলায়ন কৰে। বিস্ফোৰণত ১ জন লোক নিহত হোৱাৰ লগতে ৩জন লোক আহত হয়। 

নিহত ব্যক্তিজন ২৫ বছৰীয়া সন্দিপ সিং বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আনহাতে আহত ৩ জন ব্যক্তি ক্ৰমে সুৰজিৎ তালুকদাৰ (২২), ঘনশ্যাম আগৰৱালা (৩২), আৰু মনজিৎ দাস(১৯) বুলি চিনাক্ত কৰা হৈছে। সম্প্ৰতি আৰক্ষীয়ে ঘটনাস্থলী পৰ্যবেক্ষণ কৰি আছে।

Cartoon
View Older

 

June 17, 2021


Entertainment
View Older


From Our Archive

Create Account