Choose Language

  • All  
  • English
  • অসমীয়া

অনুস্কা শৰ্মা আৰু সাক্ষীৰ সিং ধোনীৰ আছে অসমৰ লগত গভীৰ সম্পৰ্ক


Published on May 17, 2021 | News Source: ৰাহুল ডেকা
Share This Page
Related Stories

ক'ভিড যুদ্ধৰ বাবে অনুষ্কা-বিৰাটৰ ১১.৩৯ কোটি টকা সংগ্ৰহ


Published on May 14, 2021|News Source : বিজয় শংকৰ বৰা

 


গুৱাহাটী, ১৪ মে': অভিনেত্ৰী অনুষ্কা শৰ্মা আৰু স্বামী বিৰাট ক'হলিয়ে ভাৰতৰ ক'ভিডৰ বিৰুদ্ধে যুজখনৰ কাৰণে এতিয়ালৈকে ১১,৩৯,১১,৮২০ টকাৰ বৰঙণি সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।
এই কথা অনুষ্কাই সামাজিক মাধ্যমৰ যোগেদি সদৰী কৰিছে।

 এই ধনৰাশি তেওঁলোকে বৰঙণি সংগ্ৰহৰ বাবে স্থিৰ কৰা লক্ষ্য ৭ কোটি টকাতকৈ অধিক।

অনুষ্কা-বিৰাট যুটিয়ে ৭ মে'ত নিজে ২ কোটি টকাৰ বৰঙণি আগবঢ়াই তেওঁলোকৰ কেট' (Ketto) প্লেটফৰ্মৰ যোগেদি ক'ভিড যুদ্ধৰ বাবে বৰঙণি সংগ্ৰহৰ প্ৰচেষ্টা আৰম্ভ কৰিছিল।

Cartoon
View Older

 

August 2, 2021


Entertainment
View Older


From Our Archive

Create Account