Choose Language

  • All  
  • English
  • অসমীয়া
0
0
5167

প্ৰ'টেম অধ্যক্ষ হিচাপে কাইলৈ শপত গ্ৰহণ কৰিব জ্যেষ্ঠ বিধায়ক ফণীভূষণ চৌধুৰীয়ে


Published on May 18, 2021 | News Source: প্ৰণৱজ্যোতি দত্ত
Share This Page
Related Stories

অৱশেষত চূড়ান্ত সিদ্ধান্ত: ক'ভিড চিকিৎসাৰ পৰা বাদ দিয়া হ'ল প্লাজমা থেৰাপী


Published on May 18, 2021|News Source : প্ৰণৱজ্যোতি দত্ত

 গুৱাহাটী,১৮ মে': ক'ভিড চিকিৎসাৰ পৰা অৱশেষত বাদ দিয়া হ'ল প্লাজমা থেৰাপী। ক'ভিড চিকিৎসাত কনভালচেণ্ট প্লাজমা থেৰাপী কাৰ্যকৰী নহয় বুলি শেহতীয়াকৈ প্ৰমাণিত হোৱাৰ পিছত এই ঘোষণা কৰা হয়।

আই চি এম আৰ, এইমছ, ক'ভিড-১৯ৰ ৰাষ্ট্ৰীয় টাস্ক ফোৰ্চ আৰু কেন্দ্ৰীয় স্ৱাস্থ্য মন্ত্ৰালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।উল্লেখযোগ্য যে, প্লাজমা থেৰাপিক বিশেষজ্ঞ চিকিৎসকসকলে অবৈজ্ঞানিক বুলি আখ্যা দিছিল।

ইয়াৰ পাছতেই প্লাজমা থেৰাপিৰ বিৰুদ্ধে বিশেষজ্ঞ চিকিৎসকসকলে কেন্দ্ৰলৈ চিঠি লিখিছিল।এই চিঠিখনত প্লাজমা থেৰাপি অবৈজ্ঞানিকভাৱে ব্যৱহাৰ কৰা হৈছে বুলি উল্লেখ আছিল।

এই চিঠিখনৰ পাছতে আই চি এম আৰ আৰু নেচনেল টাস্ক ফৰ্চৰ মাজত অনুষ্ঠিত হৈছিল বৈঠক।এই বৈঠকতে সকলো পক্ষই প্লাজমা থেৰাপি ব্যৱহাৰ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

Cartoon
View Older

 

June 17, 2021


Entertainment
View Older


From Our Archive

Create Account