Cartoon
View Older
গুৱাহাটী, ১৭ মে': ছয়গাঁৱ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বিশিষ্ট ক্ৰীড়া সংগঠক ৰাণা গোস্বামীৰ মৃত্যু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্রকাশ কৰে।
গোস্বামীৰ মৃত্যুৱে অসমৰ সমাজ জীৱনৰ এক অপূৰণীয় ক্ষতি হোৱা বুলি মুখ্যমন্ত্রী গৰাকীয়ে টুইটাযোগে উল্লেখ কৰে। শেষত মুখ্যমন্ত্ৰী ড° শৰ্মাই শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাক লগতে গোস্বামীৰ বিদেহী আত্মাৰ সদগতি কামনা কৰে।
Comments