Choose Language

  • All  
  • English
  • অসমীয়া

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শৰীৰচৰ্চাবিদ তথা প্ৰশিক্ষক দেৱজিত গগৈৰ মৃত্যুত মুখ্যমন্ত্ৰীৰ শোক প্রকাশ


Published on May 17, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

বিশিষ্ট চলচ্চিত্ৰ পৰিচালক শম্ভু গুপ্তাৰ দেহাৱসান


Published on May 17, 2021|News Source : অৰূপ ডেকা

গুৱাহাটী,১৭ মে': অসমৰ বিশিষ্ট চলচ্চিত্র পৰিচালক তথা সাংস্কৃতিক কৰ্মী শম্ভু গুপ্তাৰ আজি পুৱা দেহাৱসান ঘটে। বিশিষ্ট পৰিচালক গৰাকীৰ মৃত্যুত অসমৰ সাংস্কৃতিক আৰু চলচ্চিত্র জগতত এক অপূৰণীয় ক্ষতি হোৱা বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য দিয়ে।

লগতে মুখ্যমন্ত্রী গৰাকীয়ে পৰিচালক গুপ্তাৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে বিদেহী আত্মাৰ সদগতি কামনা কৰে।

Ad
Cartoon
View Older

 

November 30, 2022



North-East
View Older

From Our Archive

Create Account