Cartoon
View Older
গুৱাহাটী, ১৭ মে': বিশিষ্ট শৰীৰ চৰ্চাবিদ তথা প্ৰশিক্ষক দেৱজিত গগৈৰ আজি পুৱা দেহাৱসান ঘটে। আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ শৰীৰচৰ্চাবিদ গৰাকীৰ অকাল বিয়োগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰে।
লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে বিশিষ্ট শৰীৰচৰ্চাবিদ গৰাকীৰ মৃত্যুত অসমৰ ক্ৰীড়া জগতৰ এক অপূৰণীয় ক্ষতি হোৱা বুলি উল্লেখ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।
Comments
বিশিষ্ট চলচ্চিত্ৰ পৰিচালক শম্ভু গুপ্তাৰ দেহাৱসান
Published on May 17, 2021|News Source : অৰূপ ডেকা