Choose Language

  • All  
  • English
  • অসমীয়া

বাংলাদেশে ভাৰতলৈ আগবঢ়ালে ক'ভিড-১৯ৰ দ্বিতীয় চিকিৎসা সহায়


Published on May 19, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

ক'ভিড-১৯ সাহায্য: ক্ষতিসাধন হোৱা পৰিয়ালক কেজৰিৱাল চৰকাৰে দিব ৫০,০০০ টকাৰ আৰ্থিক অনুদান


Published on May 18, 2021|News Source : অৰূপ ডেকা

গুৱাহাটী, ১৮ মে': দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ক'ভিড মহামাৰীত মৃত্যু হোৱা পৰিয়ালৰ সদস্যক ৫০,০০০ টকাৰ আৰ্থিক অনুদান ঘোষণা কৰে। লগতে মুখ্যমন্ত্ৰী কেজৰিৱালে ঘোষণা কৰা আৰ্থিক অনুদানৰ উপৰিও ২,৫০০ টকাৰ মাহিলী পেঞ্চন ঘোষণা কৰে।

উক্ত বিষয় সন্দৰ্ভত মুখ্যমন্ত্রী গৰাকীয়ে বিতংকৈ কয় যে, "ক'ভিড-১৯ ত স্বামীৰ মৃত্যু হ'লে পত্নীক পেঞ্চন প্ৰদান কৰা হ'ব। আনহাতে অবিবাহিত ব্যক্তিৰ মৃত্যু হ'লে পিতৃ-মাতৃ অথবা মাক-দেউতাকৰ মৃত্যু হ'লে শিশুক ২৫ বছৰ বয়সলৈ মাহিলী ২,৫০০ টকাকৈ পেঞ্চন প্ৰদান কৰা হ'ব। 

ইয়াৰ পূর্বে কেজৰিৱালে কভিড-১৯ ৰ ফলত অকলশৰীয়া হোৱা শিশুসকলক চৰকাৰে বিনামূলীয়া শিক্ষা প্ৰদান কৰিব বুলি উল্লেখ কৰিছিল।


Published on January 1, 1970|News Source :
Cartoon
View Older

 

December 1, 2021


Entertainment
View Older


From Our Archive

Create Account