Classifieds
View All
গুৱাহাটী, ১৮ মে’- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কভিড-১৯ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিভিন্ন ৰাজ্য আৰু জিলাৰ ক্ষেত্ৰ বিষয়াসকলে লাভ কৰা অভিজ্ঞতাৰ বিষয়ে বুজি ল’বলৈ তেওঁলোকৰ সৈতে মত বিনিময় কৰে। তেওঁ কয় যে নিজে কভিডত আক্ৰান্ত হোৱাৰ পিছতো ভালেসংখ্যক বিষয়াই জনসাধাৰণৰ প্ৰতি সেৱা আগবঢ়াই আহিছে। প্ৰধান মন্ত্ৰীজনৰ এনে পদক্ষেপে মূলৰ সৈতে কাম কৰা লোকসকলক উৎসাহিত কৰিছে।
Comments