Choose Language

  • All  
  • English
  • অসমীয়া

ডিচেম্বৰ মাহৰ অন্তত সকলো ভাৰতবাসীৰ বাবে উপলব্ধ হ'ব ভেকছিন: জে.পি. নাড্ডা


Published on May 20, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

ক'ভিডক লৈ অধিক আতংকিত ন'হব:দেশত ক্ৰমান্বয়ে কমি আহিছে আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা 


Published on May 20, 2021|News Source : প্ৰণৱজ্যোতি দত্ত

গুৱাহাটী,২০মে':ক'ভিডক লৈ বহুত বেছি আতংকিত ন'হব।দেশত কৰ'নাত আক্ৰান্তৰ সংখ্যা ক্ৰমান্বয়ে কমি আহিছে।আনহাতে হ্ৰাস পাইছে মৃত্যুৰ সংখ্যাও।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত দেশত ২,৭৬,১১০ জন লোক ক'ভিডত আক্ৰান্ত হৈছে আৰু ৩,৮৭৪জন  লোকৰ মৃত্যু হৈছে। ইয়াৰ বিপৰীতে সুস্থ হৈছে ৩,৬৯,০৭৭জন লোক।

সম্প্ৰতি দেশত ৩১লাখতকৈ অধিক লোক আক্ৰান্ত হৈ আছে। আনহাতে ২ কোটি ২৩লাখতকৈ অধিক লোক সুস্থ হৈছে।বুধবাৰে দেশত ৰেকৰ্ডসংখ্যক ২০ লাখতকৈ অধিক লোকৰ ক'ভিড পৰীক্ষা সম্পন্ন কৰা হৈছিল।

তেনেদৰে আক্ৰান্তৰ হাৰো দেশত পূৰ্বতকৈ বহু পৰিমাণে হ্ৰাস পাইছে।দেশৰ ৮৬ শতাংশৰো অধিক ক'ভিড আক্ৰান্ত লোক সুস্থ হৈ উঠিছে।

 

most read news
    Cartoon
    View Older

     

    October 17, 2021


    Entertainment
    View Older

    North-East
    View Older

    From Our Archive

    Create Account