Choose Language

  • All  
  • English
  • অসমীয়া

চৰকাৰী চিকিৎসালয়ত নিগনিয়ে ভৰি কুটি খালে এটি সদ্যোজাত নৱজাতকৰ  


Published on May 20, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

এছিয়ান চেম্পিয়নশ্বিপত অংশগ্রহণ অতি গুৰুত্বপূৰ্ণ: মেৰী কম


Published on May 20, 2021|News Source : অৰূপ ডেকা


গুৱাহাটী, ২০ মে':
বিশ্ব বিখ্যাত মহিলা বক্সাৰ মেৰি কমে শেহতীয়াকৈ উল্লেখ কৰে যে এছিয়ান চেম্পিয়নশ্বিপত প্ৰতিদ্বন্দিতা আগবঢ়োৱাতো অতি প্ৰয়োজনীয়। ৫১ কিলোগ্ৰাম বক্সাৰ গৰাকীয়ে বিশ্বৰ খন প্ৰতিযোগিতাত টা সোণৰ আৰু টা ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। 

বাৰৰ বিশ্ববিজয়ী বক্সাৰ গৰাকীয়ে ২৪ মে'ত ডুবাইত অনুষ্ঠিত হ'বলগীয়া আগন্তুক প্ৰতিযোগীতাত অংশগ্রহণ কৰিব নোৱাৰি দুখ প্ৰকাশ কৰে। 

৩৮ বছৰীয়া মহিলা বক্সাৰ গৰাকীয়ে পুনেৰ প্ৰশিক্ষণ শিবিৰৰ পৰা জনায় যে, আগন্তুক প্ৰতিযোগিতা সমূহত অংশগ্ৰহণ কৰিবলৈ তেওঁ বাৰুকৈ আগ্ৰহী আছিল। কভিড-১৯ মহামাৰীৰ বাবে বৰ্তমান কোনো ধৰণৰ প্ৰশিক্ষণ পাবলৈ সক্ষম হোৱা নাই।

লগতে অলিম্পিকৰ পূর্বে নিজকে পূৰ্ণ পৰ্যায়ত তৈয়াৰ কৰি ল'ব বুলি খেলুৱৈ গৰাকীয়ে জানিবলৈ দিয়ে।

most read news
    Cartoon
    View Older

     

    September 28, 2021


    Entertainment
    View Older


    From Our Archive

    Create Account