Choose Language

  • All  
  • English
  • অসমীয়া

চিপকো আন্দোলনৰ অগ্ৰগামী নেতা তথা পৰিৱেশবিদ সুন্দৰলাল বহুগুণাৰ দেহাৱসান


Published on May 21, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালৰ অসম বিধানসভাৰ মজিয়াত বিধায়ক হিচাপে শপতগ্ৰহণ 


Published on May 21, 2021|News Source : অৰূপ ডেকা

গুৱাহাটী, ২১ মে': আজিৰে পৰা ৩ দিনীয়কৈ অনুষ্ঠিত হোৱা অসম বিধানসভাৰ পঞ্চদশ অধিৱেশনত ৰাজ্যৰ ১২৬ টা সমষ্টিৰ বিধায়কৰ শপত গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে।পোণপ্ৰথমে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিধায়কৰ শপত বাক্য পাঠ কৰাৰ পিছতেই অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও মাজুলীৰ বিধায়ক হিচাপে শপত গ্ৰহণ কৰে। 

পঞ্চদশ বিধানসভাৰ প্ৰথম অধিৱেশনত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মাজুলীৰ বিধায়ক সৰ্বানন্দ সোণোৱালক বিধায়ক হিচাপে প্ৰ'টেম অধ্যক্ষ ফণীভূষণ চৌধুৰীয়ে শপত বাক্য পাঠ কৰোৱায়।ভাৰতীয় সংবিধানৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি তথা দেশৰ একতা, অখণ্ডতা অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত দায়ৱদ্ধতাৰ কথা দোঁহাৰি আৰু নিজৰ কৰ্তব্য ৰূপায়ণৰ প্ৰতি শ্ৰদ্ধাপূৰ্বক হৈ অসম বিধানসভাৰ পৱিত্ৰ মজিয়াত সৰ্বানন্দ সোণোৱালে বিধায়ক হিচাপে শপতগ্ৰহণ কৰি ৰাজ্যবাসীৰ লগতে মাজুলীবাসী ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰে।

Cartoon
View Older

 

November 28, 2021


Entertainment
View Older

North-East
View Older

From Our Archive

Create Account