Choose Language

  • All  
  • English
  • অসমীয়া

বগা ভেঁকুৰ আৰু ক'লা ভেঁকুৰ: লক্ষণ, চিনাক্তকৰণ আৰু প্ৰতিৰোধ


Published on May 22, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

‘ব্লেক ফাংগাছ’ক লৈ আতংকিত নহ'বলৈ অসমৰ স্বাস্থ্যমন্ত্ৰীৰ আহ্বান


Published on May 22, 2021|News Source : জনমভূমি নিউজ ডেস্ক, গুৱাহাটী

ফটো সৌজন্যঃ শ্বাটাৰ ষ্টক

গুৱাহাটী, ২২ মে’- অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ব্লেক ফাংগাছ বা ক'লা ভেঁকুৰক লৈ আতংকিত নহ'বলৈ জনসাধাৰণক আহ্বান জনাইছে। স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে কয় যে অনিয়ন্ত্ৰিত বহুমূত্ৰ ৰোগী, কৰ্কট ৰোগী, যকৃৎ ৰোগী আৰু বৃক্কজনিত ৰোগত আক্ৰান্ত লোকৰ দেহতহে এই ৰোগ সংক্ৰমিত হোৱাৰ আশংকা থাকে। গতিকে সকলোৱে ইয়াক লৈ সন্ত্ৰাসিত হোৱাৰ কোনো কাৰণ নাই। স্বাস্থ্যমন্ত্ৰীয়ে সকলোকে সাৱধান হ’বলৈহে সকী্যাই দিয়ে।

Ad
Cartoon
View Older

 

December 4, 2022




From Our Archive

Create Account