Classifieds
View All
গুৱাহাটী,২৪ মে':কৰ'না মহামাৰীৰ বাবে সামগ্ৰীক ভাৱে স্থগিত ৰখা আই পি এলৰ অৱশিষ্ট অংশ অনুষ্ঠিত হ'ব ইউ এ ইত । এই সিদ্ধান্তৰ অৱশ্যে এতিয়ালৈকে কোনোধৰণৰ আনুষ্ঠানিক ভাৱে ঘোষণা হোৱা নাই।
অহা ২৯ তাৰিখে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ এখন গুৰুত্বপূৰ্ণ সভাত গ্ৰহণ কৰা হ'ব ইয়াৰ পক্ষে অন্তিম সিদ্ধান্ত ।
Comments