Cartoon
View Older
গুৱাহাটী, ২৫ মে': তেজপুৰৰ চি কে দাস ৰ'ডত ভয়ংকৰ ডকাইতিৰ ঘটনা সংঘটিত হৈছে। চি কে ৰ'ডৰ নকুল পাল নামৰ ব্যৱসায়ী এজনৰ বাসগৃহত ডকাইতিৰ ঘটনা্টো সংঘটিত হোৱাৰ বুলি জানিব পৰা গৈছে।
৩ জনীয়া অস্ত্রধাৰী ডকাইতৰ দলে ব্যৱসায়ী জনৰ পত্নীৰ মুখত কাপোৰেৰে সোপা মাৰি ধৰি বহুতো সোণ, হীৰাৰ অলংকাৰ লুটি লৈ যায় বুলি অসহায় ব্যৱসায়ী জনে জানিবলৈ দিয়ে।
সম্প্ৰতি আৰক্ষীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰি ডকাইত কেইজনক বিচাৰি অভিযান আৰম্ভ কৰিছে।
Comments