Choose Language

  • All  
  • English
  • অসমীয়া

বিৰুবাৰীস্থিত ব্ৰইলাৰ ফাৰ্মৰ ওপৰত প্ৰশ্ন তুলিলে জগদীশ ভূঞাই


Published on May 28, 2021 | News Source: ৰাহুল ডেকা
Share This Page
Related Stories

এইবাৰ আহোম জনগোষ্ঠীৰ ৰোষত বিধায়ক ভৰত নৰহ:প্ৰতিমূৰ্তিৰ ডিঙি হেংদাঙেৰে ঘপিয়াই প্ৰতিবাদ


Published on May 27, 2021|News Source : প্ৰণৱজ্যোতি দত্ত

গুৱাহাটী,২৭মে':আহোম জনগোষ্ঠীৰ লোকসকলতকৈ চৰ-চাপৰিৰ পমুৱা-মুছলমান অথবা অজানপীৰ-বাঘ হাজৰিকাৰ বংশধৰ খিলঞ্জীয়া মুছলমানসকল আহোমতকৈও অধিক খিলঞ্জীয়া বুলি মন্তব্য কৰি এইবাৰ আহোম জনগোষ্ঠীৰ ৰোষত পৰিছে নাওবৈচাৰ বিধায়ক ভৰত নৰহ।

ভৰত নৰহৰ মন্তব্যত কংগ্ৰেছৰো একাংশ নেতা ক্ষুন্ন হৈ উঠা বুলি জানিব পৰা গৈছে।ভৰত নৰহৰ এনে বক্তব্যত শিৱসাগৰ,নাজিৰা,যোৰহাটত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।নাজিৰাত একাংশ ক্ষুদ্ধ আহোম যুৱকে ভৰত নৰহৰ এনে বক্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁৰ প্ৰতিমূৰ্তিৰ ডিঙি হেংদাঙেৰে ঘপিয়াই কাটি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে, ইতিমধ্যে এই প্ৰতিবাদী কাৰ্যসূচী লাহে লাহে জিলাখনৰ অন্ত প্ৰান্তলৈও প্ৰসাৰিত হৈছে।

টোল গেটত সৰ্বাধিক অপেক্ষাৰ সময় ১০ ছেকেণ্ড: ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ


Published on May 27, 2021|News Source : অৰূপ ডেকা

গুৱাহাটী, ২৭ মে': টোল গেটত বাহনৰ বাবে অপেক্ষাৰ সময় ১০ ছেকেণ্ডতকৈ অধিক হ'ব নালাগে বুলি ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষই উল্লেখ কৰিছে। সাধাৰণতে টোল গেটত 'ফাষ্টটেগ' লগোৱাৰ পিছতো যান-বাহন সমূহ বহুত সময় ৰ'ব লগীয়া হয়। সেয়েহে গাড়ী চালকসকলৰ কথা চিন্তা কৰি ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে টোল প্লাজাৰ মাজেৰে বাহনসমূহ একো অসুবিধা নোহোৱাকৈ যাতে পাৰ হৈ যাব পাৰে সেই বাবে বাহন ৰখোৱাৰ সময় সৰ্বাধিক ১০ ছেকেণ্ড নিৰ্ধাৰণ কৰিছে। 

নতুন নিৰ্দেশনাৱলী অনুসৰি বাহনসমূহক ১০০ মিটাৰতকৈ অধিক শাৰী পাতিবলৈ নিদি টোল প্লাজাসমূহত যান-বাহনৰ চলাচল সঠিক ভাৱে অব্যাহত ৰখা হ'ব। ইয়াৰ বাবে বাহন সমূহত ফাষ্টটেগ লগোৱাটো বাধ্যতামূলক হ'ব আৰু বাহনসমূহৰ ১০০ মিটাৰতকৈ অধিক দূৰত্বত আৰু অধিক সময় শাৰী পাতি ৰ'ব লগীয়া হ'লে টোল গেট কৰ্তৃপক্ষই দায়ী হ'ব লাগিব বুলি ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে স্পষ্ট ভাৱে উল্লেখ কৰে।

most read news
    Cartoon
    View Older

     

    September 19, 2021


    Entertainment
    View Older


    From Our Archive

    Create Account