Choose Language

  • All  
  • English
  • অসমীয়া
0
0
6548

মেঘালয়ত এতিয়া হস্পিতালত কৰ'না ৰোগীৰ বাবে বিচনাৰ অভাৱ


Published on May 28, 2021 | News Source: বিজয় শংকৰ বৰা
Share This Page
Related Stories

মেঘালয় চৰকাৰে ক'ভিড ভেকছিন প্ৰতি পালিত ১৫০ টকাত বিচাৰিছে


Published on April 30, 2021|News Source : বিজয় শংকৰ বৰা

গুৱাহাটী, ৩০ এপ্ৰিলঃ  মেঘালয়ৰ বাবে ক'ভিড ভেকছিন প্ৰতি পালিত ১৫০ টকাত  উপলদ্ধ কৰিবলৈ মেঘালয় চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ পৰা হষ্ঠক্ষেপ বিচাৰিছে।

মেঘালয়ৰ মুখ্যমন্ত্ৰী ক'নৰাড চাংমাই আজি কয়যে ৰাজ্যখনৰ ১৫ লাখ ১৮ ৰ পৰা ৪৫ বয়সৰ বাসিন্দা সকলৰ বাবে ভেকছিন ক্ৰয় কৰিবলৈ ৰাজ্য চৰকাৰ খনক  ৯০ কোটিতকৈ  অধিক ধনৰ আৱশ্যক যিটো এটা ডাঙৰ প্ৰত্যাহ্বান।

উল্লেখযোগ্যযে ভাৰত বায়'টেক আৰু চেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই ৰাজ্য সমূহক Covaxin আৰু Covishield ভেকছিন প্ৰতিপালিত ৪০০ টকা আৰু ৩০০ টকাত যোগান ধৰিব বুলি ঘোষণা কৰিছে আৰু আনহাতে কেন্দ্ৰীয় চৰকাৰক প্ৰতিপালি ভেকছিন মাত্ৰ ১৫০ টকাত যোগান দিব বুলি ঘোষণা কৰিছে।

অৰুণাচল প্ৰদেশ আৰু মেঘালয়ত আৰম্ভ নহয় তৃতীয় পৰ্যায়ৰ ভেকছিন প্ৰক্ৰিয়া


Published on April 29, 2021|News Source : ৰাহুল ডেকা

গুৱাহাটী,২৯ এপ্ৰিল:ভাৰতত অহা ১ মে'ৰ পৰা ক'ভিডৰ বিৰুদ্ধে টীকাকৰণ অভিযানৰ তৃতীয় পৰ্যায় আৰম্ভ হ'লেও মেঘালয় আৰু অৰুণাচল প্রদেশে জনাইছে যে ৰাজ্যদুখনে শনিবাৰৰ পৰা টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিব নোৱাৰিব।

দুয়োখন চৰকাৰে এক চৰকাৰী বিজ্ঞপ্তিৰ জৰিয়তে কৈছিল যে তেওঁলোকে ইয়াৰ নিৰ্মাতা চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ পৰা কভিশ্বিল্ড ভেকছিনৰ বাবে এতিয়াও অপেক্ষা কৰি আছে।

প্ৰতিবেদন অনুসৰি, অৰুণাচল প্ৰদেশ স্বাস্থ্য বিভাগে ৪.৫ লাখ কভিশ্বিল্ড ভেকছিনৰ ফৰ্মাছ দিছিল আৰু এতিয়াও এছ.আই.আই.-ৰ পৰা সেয়া পাবলৈ বাকী আছে।

ইফালে, মেঘালয়ৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব সম্পত কুমাৰে কয়,

"ৰাজ্যখনে  চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াৰ ওচৰত পৰ্যাপ্ত সংখ্যক ভেকছিনৰ বাবে  ফৰ্মাছ দিছে কিন্তু এতিয়াও সেই ভেকছিন আহি পোৱা নাই। বেছিভাগ ৰাজ্যৰ ক্ষেত্ৰতেই এনেকুৱা হৈছে । সেয়েহে, মেঘালয়ত ১৮-৪৪ বছৰ বয়সৰ বাবে টীকাকৰণ ১ মে'ত আৰম্ভ কৰিব পৰা নাযাব । ইয়াৰ সঠিক তাৰিখ সময়ত জনাই দিয়া হ'ব"।

 

Cartoon
View Older

 

December 4, 2021


Entertainment
View Older

North-East
View Older

From Our Archive

Create Account