Choose Language

  • All  
  • English
  • অসমীয়া

আৰক্ষীয়ে ধৰ্ষণৰ গোচৰ নিষ্ক্রিয় কৰাত মহিলাই চলালে আত্মহননৰ চেষ্টা


Published on May 29, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

আলীগড়ত ভেজাল সুৰাপান কৰি ১২ জন লোকৰ মৃত্যু, ১৪ জন গুৰুতৰভাৱে অসুস্থ


Published on May 29, 2021|News Source : অৰূপ ডেকা

গুৱাহাটী, ২৯ মে': উত্তৰ প্ৰদেশৰ আলিগড় জিলাত দুখন চৰকাৰী অনুমোদিত সুৰাৰ দোকানৰ পৰা ভেজাল সুৰা ক্ৰয় কৰি সুৰাপান কৰাত ৩ খন গাঁৱৰ কমেও ১২ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৪ জন গুৰুতৰভাৱে অসুস্থ হৈ পৰা বুলি খবৰ পোৱা গৈছে। 

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কাৰচুয়া গাঁৱৰ পৰা এজন বিক্ৰেতা, মেনেজাৰ,  আৰু সহায়কসহ ৪ জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে আৱকাৰী বিভাগৰ ৩ জন বিষয়াক কৰ্মত গাফিলতিৰ বাবে নিলম্বিত কৰা হৈছে। উক্ত ঘটনা সন্দৰ্ভত আলিগড়ৰ জিলা দণ্ডাধীশ চন্দ্ৰ ভূষণ সিঙে কয় যে, "ভেজাল সুৰা যোগান ধৰাৰ সৈতে জড়িত লোকসকলক ধৰিবলৈ আৰক্ষীৰ এটা দল গঠন কৰা হৈছিল। পৰৱৰ্তী সময়ত আৰক্ষীৰ সৈতে কৰা অভিযানকালত কুৰচুয়া আৰু আন্দলা গাঁৱত একেজন অনুজ্ঞাপত্ৰ থকা বিক্ৰেতাৰ ২ খন সুৰাৰ দোকান বন্ধ কৰি দিয়া হৈছিল, উক্ত ভেজাল সুৰাপান কৰি মৃত্যু হোৱা লোকসকলে সকলে দুই খন সুৰা বিপনীৰ পৰা সুৰা ক্ৰয় কৰিছিল।"

আনহতে আলিগড়ৰ আৰক্ষী অধীক্ষক কালানিধি নাথনীয়ে কয়, "সকলো অভিযুক্তৰ বিৰুদ্ধে অপৰাধ আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে আৰু উক্ত ভেজাল সুৰা বিক্ৰীৰ সৈতে জড়িত থকা লোকসকলৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত (এনএছএ) গোচৰ তৰা হ'ব। 


Published on January 1, 1970|News Source :
Cartoon
View Older

 

May 19, 2022


Entertainment
View Older


From Our Archive

Create Account