Choose Language

  • All  
  • English
  • অসমীয়া

ক'ভিডত মৃত্যু হোৱা সাংবাদিকৰ পৰিয়ালক ৫ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব ছত্তিশগড় চৰকাৰে


Published on May 31, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

চৌব্বিশ ঘণ্টাৰ ভিতৰত দ্বিতীয়টো মৃদু ভূমিকম্পই জোকাৰি গ'ল ৰাজ্য খনক


Published on May 31, 2021|News Source : অৰূপ ডেকা

গুৱাহাটী, ৩১ মে': আজি পুৱা ৯-৫০ বজাত চৌব্বিশ ঘণ্টাৰ ভিতৰত দ্বিতীয়টো মৃদু ভূমিকম্পই জোকাৰি গ'ল ৰাজ্য খনক।

নেচনেল চেণ্টাৰ ফৰ চিচম'লজি (এনচিএছ)ৰ তথ্য অনুসৰি ৩.৮ ৰিখটাৰ স্কেলৰ ভূমিকম্পটোৰ উৎপত্তিস্থল অসমৰ ঢেকিয়াজুলিত বুলি জানিবলৈ দিয়ে। কেন্দ্ৰটোৱে লগতে কয় যে , "ভূমিকম্পটো পুৱা ৯:৫০ বজাত ২৪ কিলোমিটাৰ গভীৰতাত উৎপত্তি হৈছিল।"

ইয়াৰ পূর্বে যোৱা কালি দুপৰীয়া ২:২৩ বজাত সমগ্ৰ অসমত ১৬ কিলোমিটাৰ গভীৰতাত উৎপত্তি হোৱা ৪.১ প্ৰাবল্যৰ ভূমিকম্প অনুভূত হৈছিল আৰু ইয়াৰ উৎপত্তিস্থল ঢেকিয়াজুলি বুলিয়ে জানিব পৰা গৈছে।

most read news
    Cartoon
    View Older

     

    December 7, 2021


    Entertainment
    View Older

    North-East
    View Older

    From Our Archive

    Create Account