Cartoon
View Older
ডিব্ৰুগড় : ০২ জুন : অইল ইণ্ডিয়া লিমিটেডৰ তৰফৰ পৰা অসম চিকিৎসা মহাবিদ্যালয় লৈ এখন এম্বুলেন্স আজি প্ৰদান কৰা হয় । এই এম্বুলেন্স চিকিৎসা মহাবিদ্যালয়লৈ কভিড ৰোগী অনা নিয়া কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হ'ব।
চিকিৎসাৰ মহাবিদ্যায়খনৰ অধ্যক্ষ ডা: সঞ্জীৱ কুমাৰ কাকতিয়ে এই এম্বুলেন্সখনেৰে চিকিৎসা সেৱা প্ৰদানত সহায় কৰাৰ বাবে অইল ইণ্ডিয়া লিমিটেডৰ আৱাসিক মুখ্য কাৰ্যবাহী প্ৰশান্ত বৰকটকীৰ প্ৰতি কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে।
Comments