Choose Language

  • All  
  • English
  • অসমীয়া
Breaking News
0
0
5771

বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা 'ডেল্টা' হিচাপে নামাংকিত হ'ল কৰ’না ভাইৰাছৰ ভাৰতত বহুলভাৱে সংক্ৰমিত প্ৰকাৰ


Published on June 1, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

লক্ষীমপুৰৰ কভিড পৰিস্থিতিৰ বুজ ল'লে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই


Published on June 1, 2021|News Source : অৰূপ ডেকা

গুৱাহাটী, ১ জুন: লক্ষীমপুৰ জিলাৰ কভিড পৰিস্থিতিৰ সবিশেষ বুজ ল'বলৈ আজি পুৱাই স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত জিলা অসামৰিক চিকিৎসালয়ত উপস্থিত হয়। 

চিকিৎসালয়ত উপস্থিত হৈ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে চিকিৎসক, নাৰ্চ আদিৰ সৈতে ক'ভিড ৰোগীৰ শেহতীয়া স্বাস্থ্যৰ বুজ লোৱাৰ লগতে চিকিৎসালয়খনৰ আভ্যন্তৰীণ চিকিৎসা পদ্ধতিৰ ওপৰত কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰে। স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে জিলাখনত যথা সম্ভৱ চিকিৎসা সামগ্রী প্ৰদান কৰি চিকিৎসা সেৱাত সহায় কৰাৰ আশ্বাস প্ৰদান কৰে। 

আনহাতে ৰাজ্যৰ ভেকছিন উপলব্ধতাৰ বিষয় সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে জনায় যে, "অসম চৰকাৰে ইতিমধ্যে ভেকছিন ক্ৰয়ৰ বাবে ধন আগবঢ়াইছে।"

ভেকছিনৰ উপলব্ধতা কম হ'লেও ভেকছিন প্ৰদান প্ৰক্ৰিয়া সুচাৰুৰূপে চলি আছে বুলিও স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে কয়।

Cartoon
View Older

 

August 3, 2021


Entertainment
View Older

North-East
View Older

From Our Archive

Create Account