Choose Language

  • All  
  • English
  • অসমীয়া
0
0
5166

আকৰ্ষণীয় চকু টিপেৰে জনপ্ৰিয় হৈ উঠা প্ৰিয়া প্ৰকাশৰ এইবাৰ নতুন ৰূপ


Published on June 4, 2021 | News Source: প্ৰণৱজ্যোতি দত্ত
Share This Page
Related Stories

১৩ বছৰীয়া হ’ল ‘বজৰংগী ভাইজান’ৰ মুন্নী:এতিয়া অভিনয়তকৈ পঢ়াত দিছে বেছি গুৰুত্ব


Published on June 4, 2021|News Source : প্ৰণৱজ্যোতি দত্ত

গুৱাহাটী, ৪ জুন:১৩ বছৰীয়া হ’ল ‘বজৰংগী ভাইজান’ৰ মুন্নী।যোৱাকালি হৰ্ষালীয়ে ১৩ বছৰত ভৰি দিলে।হৰ্ষালীৰ জন্ম ৩ জুন ২০০৮ চনত হৈছিল।কিন্তু এতিয়া হৰ্ষালীয়ে অভিনয়ৰ পৰা দূৰত আছে।অভিনয়তকৈ হৰ্ষালীয়ে পঢ়াত দিছে বেছি গুৰুত্ব।উল্লেখযোগ্য যে,‘বজৰংগী ভাইজান’ত হৰ্ষালীয়ে মুন্নীৰ চৰিত্ৰত অভিনয় কৰিছিল।

বলীউদৰ ছুপাৰষ্টাৰ ছলমান খানৰ ছবি ‘বজৰংগী ভাইজান’ ইতিহাসৰ আটাইতকৈ বেছি উপাৰ্জন কৰা ছবিসমূহৰ ভিতৰত এখন।ছবিখন হিট হোৱাৰ পিছত এই চৰিত্ৰটো আৰু মুন্নীৰ অভিনয়ক ছবিপ্ৰেমীয়ে প্ৰশংসা কৰিছিল।এই ছবিখনৰ পিছত হৰ্ষালীয়ে অৰ্জুন ৰামপালৰ সৈতে কেৱল ‘নাস্তিক’ নামৰ এখন ছবিত অভিনয় কৰিছিল।

ইয়াৰ পিছত হৰ্ষালীয়ে কোনো ছবিত অভিনয় কৰা নাই,কিন্তু জনপ্ৰিয়তা কমা নাই হৰ্ষালীৰ।‘বজৰংগী ভাইজান’ৰ পূৰ্বে হৰ্ষালীয়ে টিভি ছিৰিয়েল ‘কুবুল হ্যে, ‘লৌট আও তৃষা’,‘সাৱধান ইণ্ডিয়া’ত অভিনয় কৰিছিল।কিন্তু ২০১৭ৰ পৰা হৰ্ষালীয়ে অভিনয়ৰ পৰা দূৰত আছে।

Cartoon
View Older

 

June 17, 2021


Entertainment
View Older


From Our Archive

Create Account