Choose Language

  • All  
  • English
  • অসমীয়া

অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা ৭খনলৈ বৃদ্ধি:দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি


Published on June 9, 2021 | News Source: প্ৰণৱজ্যোতি দত্ত
Share This Page
Related Stories

গুৱাহাটীত আচৰিত ঘটনা:খাদ্য বিচাৰি আহি হেলমেটকে খালে এটা হাতীয়ে 


Published on June 9, 2021|News Source : প্ৰণৱজ্যোতি দত্ত

গুৱাহাটী, ৯ জুন:গুৱাহাটীৰ সাতগাঁৱত সংঘটিত হৈছে এটা আচৰিত ঘটনা।সাতগাওঁ আৰ্মি কেম্পৰ সমীপতে হৈছে এই ঘটনা।পথৰ কাষত ৰখাই থোৱা এখন বাইকত থকা এটা হেলমেট খালে এটা বনৰীয়া হাতীয়ে।ঘটনা সন্দৰ্ভত জানিব পৰা মতে,আমছাং অভয়াৰণ্যৰ পৰা হাতীটো খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰবেশ কৰিছিল।

হাতীটো খাদ্য বিচাৰি কাষৰ বজাৰলৈও যোৱা বুলি জানিব পৰা গৈছে।উল্লেখযোগ্য যে বৰ্তমান সময়ত অভয়াৰণ্য সমূহত অধিক দখল হোৱাৰ লগতে গছ-বন কাটি তহিলং কৰাৰ বাবে বনৰীয়া জীৱ-জন্তু খাদ্য আৰু আশ্ৰয়ৰ সংকটত পৰিছে।

most read news
    Cartoon
    View Older

     

    October 17, 2021


    Entertainment
    View Older

    North-East
    View Older

    From Our Archive

    Create Account