Choose Language

  • All  
  • English
  • অসমীয়া
0
0
5166

ক'ভিড-১৯ ভেকছিন লোৱা ব্যক্তিলৈ বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব গাঞ্জা


Published on June 9, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

১০ টা সন্তান প্ৰসৱ কৰি গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত নাম সন্নিবিষ্ট কৰিলে দক্ষিণ আফ্ৰিকাৰ এগৰাকী মহিলাই


Published on June 9, 2021|News Source : অৰূপ ডেকা

গুৱাহাটী,৯ জুন: দক্ষিণ আফ্ৰিকাৰ এগৰাকী ৩৭ বছৰীয়া মহিলাই ১০ টা সন্তান প্ৰসৱ কৰি গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত নাম সন্নিবিষ্ট কৰাৰ লগতে পূর্বৰ ৰেকৰ্ড ভংগ কৰিবলৈ সক্ষম হয়। জ'হান্সবাৰ্গৰ টেম্বিছা ইষ্টৰ বাসিন্দা গোচিয়ামে থামাৰা চিথ'লে প্ৰিটোৰিয়াৰ এখন চিকিৎসালয়ত চিজাৰিয়ান পদ্ধতিৰ দ্বাৰা জন ল'ৰা আৰু গৰাকী সুস্থ কন্যা সন্তান প্ৰসৱ কৰে। 

আনহাতে মহিলাগৰাকীৰ স্বামী টেবোহো টচ'টেটচিয়ে কয় যে তেওঁ লোকৰ ছয় বছৰীয়া যমজ সন্তানো আছে আৰু বৰ্তমান এই খবৰটিয়ে তেওঁক অতি বেছি আনন্দিত আৰু আৱেগিক কৰি তুলিছে। ইয়াৰ পূর্বে চিথ'লে পৰীক্ষা কৰাত ৮টা সন্তান দেখিবলৈ পাইছিল কিন্তু পৰৱৰ্তী সময়ত স্পষ্টভাৱে স্কেন কৰাত ২ টা সন্তান নলীৰ ভিতৰত সোমাই থকা দেখা গৈছিল। 

আনহাতে ১০ গৰাকী সন্তান জন্ম দি গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত নাম সন্নিবিষ্ট কৰা মহিলাগৰাকীয়ে গৰ্ভধাৰণ সংক্রান্তত কয় যে, " মই মোৰ গৰ্ভধাৰণত হতবাক হৈছোঁ। আৰম্ভণিতে এইটো অত্যন্ত কঠিন যেন অনুভব আছিল। মই অসুস্থ হৈ পৰিছিলো। মই যথেষ্ট বিষ অনুভৱ কৰিছিলো, কিন্তু এতিয়া ঈশ্বৰৰ কৃপাত ১০ টাকৈ সন্তান প্রসৱ কৰাৰ পিছত মই যথেষ্ট সুখী।

চিথ'লে বিগত মে' মাহত মৰক্কোৰ এখন চিকিৎসালয়ত টা সন্তান জন্ম দিয়া চিছে নামৰ মহিলা এগৰাকীৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছে।"

Cartoon
View Older

 

June 17, 2021


Entertainment
View Older


From Our Archive

Create Account