Choose Language

  • All  
  • English
  • অসমীয়া
0
0
5166

টকিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জন অসমৰ মহিলা বক্সাৰ লাভলিনা বৰগোঁহাইৰ


Published on June 10, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

মণিপুৰৰ তাৰকা বক্সাৰ ডিংকো সিঙৰ দেহাৱসান


Published on June 10, 2021|News Source : অৰূপ ডেকা

গুৱাহাটী, ১০ জুন: মণিপুৰৰ ৪২ বছৰীয়া তাৰকা বক্সাৰ ডিংকো সিঙৰ কভিড-১৯ত আক্রান্ত হৈ আজি পুৱা মৃত্যু হয়। ২০১৭ চনৰ পৰা যকৃতৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা বক্সাৰ গৰাকীয়ে অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে।  

ডিংকো সিঙে ১৯৯৮ চনত বেংককত অনুষ্ঠিত হোৱা এছিয়ান গেমছত স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হৈছিল।  ভাৰত চৰকাৰে মণিপুৰৰ তাৰকা বক্সাৰ গৰাকীক "পদ্মশ্ৰী" আৰু অৰ্জুন বটাৰেও বিভূষিত কৰিছিল। 

বক্সাৰ ডিংকোৱে ভাৰতীয় নৌ সেনাতো সেৱা আগবঢ়াইছিল আৰু তাৰকা বক্সাৰ গৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰী এন বিৰেণ সিঙৰ লগতে সমগ্ৰ ক্ৰীড়া মহলে গভীৰ শোক প্ৰকাশ কৰিছে।

Cartoon
View Older

 

June 17, 2021


Entertainment
View Older


From Our Archive

Create Account