Choose Language

  • All  
  • English
  • অসমীয়া
Breaking News
0
0
5771

মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ প্ৰাক্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ ২.৫ লাখ টকাৰ বৰঙণি


Published on June 10, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

আলফাৰে আলোচনাৰ সম্ভাৱনাৰ বিষয়ে জুলাই মাহত জানিব !


Published on June 10, 2021|News Source : বিজয় শংকৰ বৰা/ফটোঃ ৰেব কুমাৰ বৰা

 

গুৱাহাটী, ১০ জুন: নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন আলফা (স্বাধীন)ৰ লগত শান্তি আলোচনা সম্ভৱ কৰিবলৈ চলি থকা প্ৰচেষ্টাৰ  ফলাফল অহা জুলাই মাহত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ সময়ত ৰাজ্যবাসীয়ে জানিবলৈ পোৱাৰ সম্ভাৱনা আছে।


কালি কাজিৰঙাত অনুষ্ঠিত হোৱা আৰক্ষী অধীক্ষক সকলৰ সন্মিলনৰ  শেহত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জনাইযে আলফা(স্বাধীন)ৰ সৈতে আলোচনা সম্ভৱ কৰিবলৈ প্ৰচেষ্টা অব্যাহত আছে।


কিন্তু এই বিষয়ে আৰু বিশদভাৱে কোৱাৰ পৰা মুখ্যমন্ত্ৰী গৰাকী বিৰত থাকে। তেওঁ কয়যে আলফাৰে আলোচনাৰ সম্ভাৱনাৰ বিষয়ে বিশদ ভাৱে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ অহা জুলাই মাহত  ৰাজ্যলৈ অহাৰ সময়ত জানিব পৰা যাব।

Cartoon
View Older

 

August 3, 2021


Entertainment
View Older

North-East
View Older

From Our Archive

Create Account