Choose Language

  • All  
  • English
  • অসমীয়া

মাত্ৰ ৮০ ছেকেণ্ডৰ ভিতৰত ক'ৰনা ভাইৰাছৰ বীজাণু চিনাক্ত কৰিব পৰা বৈদ্যুতিক নাক প্ৰস্তুত বিজ্ঞানীৰ


Published on June 11, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

নতুন বায়'নিক চকুৱে লাখ লাখ দৃষ্টিহীন লোকক প্ৰদান কৰিব দৃষ্টি


Published on June 11, 2021|News Source : অৰূপ ডেকা

গুৱাহাটী, ১১ জুন: বিগত মে' মাহত প্ৰকাশিত এখন কাকতত এক নতুন বায়'নিক চকুৰ বিষয়ে উল্লেখ কৰা হৈছে। যিয়ে ২৮০ মিলিয়নতকৈও অধিক দৃষ্টিহীন লোকৰ দৃষ্টিশক্তি পুনৰ ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। পাঁচ বছৰৰো কম সময়ৰ ভিতৰত প্ৰস্তুত কৰি উলিয়াব লগা এই বায়'নিক ৰবটিক চকুৱে ৰেটিনাৰ ক্ষতিসাধন হোৱাৰ ফলত দৃষ্টিশক্তি হেৰুওৱা লোকসকলক পুনৰ দৃষ্টি শক্তি ঘূৰাই আনিবলৈ সক্ষম হ'ব। 

উক্ত উদ্ভাৱন যন্ত্ৰবিধ, ইচি-আই (ইলেক্ট্ৰ’কেমিকেল আই ই) হংকং আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ অভিযন্তাসকলে প্ৰস্তুত কৰি উলিয়াইছিল। পূর্বতে গবেষক সকলে ফটো বিচ্যুতিৰ জড়িয়তে ৰেটিনা কোষবোৰৰ সূক্ষ্ম সামগ্ৰীবোৰ কৃত্ৰিম সামগ্ৰীৰ সৈতে প্ৰতিলিপি কৰাটো অসম্ভৱ হ'ব বুলি অনুমান কৰিছিল।

কিন্তু পৰৱৰ্তী পৰ্যায়ত গৱেষকসকলে "এলুমিনিয়াম অক্সাইড"ৰ ছিদ্ৰৰ ভিতৰত ৰখা ফটোৰিচেপ্টৰৰ জড়িয়তে উচ্চ ঘনত্বৰ ৰশ্মি বিকশিত কৰি তুলিবলৈ সক্ষম হয়। যিয়ে এজন দৃষ্টিহীন ব্যক্তিৰ চকুৰ প্ৰাকৃতিক সামৰ্থ্যৰ বাহিৰৰ দৃষ্টি শক্তি উন্নত কৰিব তুলিব পাৰে আৰু ব্যক্তিগৰাকীৰ দৃষ্টিশক্তি ঘূৰাই অনাত সহায়ক হ'ব।

Cartoon
View Older

 

June 20, 2021


Entertainment
View Older


From Our Archive

Create Account