Classifieds
View All
গুৱাহাটী,১৬ আগষ্ট:অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মুখ্যমন্ত্ৰী কনৰাড চাংমাক মেঘালয়ৰ কেইবাটাও অঞ্চলত চলি থকা 'সম্পূৰ্ণ কাৰফিউ'ৰ মাজত ৰাজ্যৰ ৰাজধানীত আৱদ্ধ হৈ থকা অসমবাসীক সহায় কৰাৰ আহ্বান জনায়।
যদিও এই সংক্ৰান্তত ডঃ হিমন্ত বিশ্ব শৰ্মাই এতিয়াও চৰকাৰী জাননী বা ঘোষণা জাৰি কৰা নাই, তেওঁ মেঘালয়ৰ মুখ্যমন্ত্ৰীক এটা টুইটযোগে টেগ কৰি এই প্ৰসংগত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল।
টুইটাৰ ব্যৱহাৰকাৰী অসমৰ হৃষীৰাজে কৈছিল যে তেওঁ তেওঁৰ পত্নী আৰু ৪ বছৰীয়া সন্তানে মেঘালয়ৰ ৰাজধানী শ্বিলঙত আবদ্ধ হৈ পৰিছে।তেওঁ এই টুইটত ডঃ হিমন্ত বিশ্ব শৰ্মাক টেগ কৰিছিল,ইয়াৰ প্ৰত্যুত্তৰত শৰ্মাই মেঘালয়ৰ মুখ্যমন্ত্ৰীক আহ্বান জনায়।
Comments