Classifieds
View All
গুৱাহাটী, আগষ্ট ১৬:অসমত ক্ৰমাৎ ভালৰ দিশলৈ আহিছে ক'ভিড সংক্ৰমণৰ পৰিস্থিতি।বিগত ২৪ ঘণ্টাত ৰাজ্যখনত ক'ভিডত আক্ৰান্ত লোকৰ সংখ্যা ৫০০ জনৰ তললৈ নামিছে।বিগত ২৪ ঘণ্টাত ক'ভিডত ১০ জন লোকৰ মৃত্যু ঘটিছে।
দেওবাৰৰ দিনটোত ৰাজ্যখনত ক'ভিডত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ৪১১ গৰাকী।ইয়াৰে ৯০জন কামৰূপ মেট্ৰ’ৰ,২৫জন শিৱসাগৰৰ,২৩জন গোলাঘাটৰ আৰু ২২জন লখিমপুৰৰ।
দেওবাৰৰ দিনটোত সুস্থ হৈছে ৮৫৭জন লোক।অসমত এতিয়াও এতিয়াও ক'ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৭৯৭৩জন ৰোগী।
Comments