Choose Language

  • All  
  • English
  • অসমীয়া

বৰ্ষা দত্তৰ দায়িত্বজ্ঞানহীন সাংবাদিকতা কাৰ্গিল যুদ্ধৰ সময়ত ভাৰতীয় সেনাৰ বাবে হৈ পৰিছিল এক চিন্তাৰ বিষয়


Published on August 18, 2021 | News Source: ৰাহুল ডেকা
Share This Page
Related Stories

সিদ্ধাৰ্থৰ সলনি ছলমানে নিজৰ ভনী জোঁৱাই আয়ুষ শৰ্মাক বিচাৰিছিল 'শ্বেৰশাহ'ৰ মুখ্য চৰিত্ৰত


Published on August 17, 2021|News Source : ৰাহুল ডেকা

গুৱাহাটী,১৭ আগষ্ট:সিদ্ধাৰ্থ মলহোত্ৰাই শ্বেৰশাহত কৰা তেওঁৰ অভিনয়ৰ বাবে উচ্চ প্ৰশংসিত হৈছে কিন্তু এটা সময় আছিল যেতিয়া ছলমান খানে তেওঁৰ ভনী জোঁৱাই তথা অভিনেতা আয়ুষ শৰ্মাৰ সৈতেহে কেপ্টেইন বিক্ৰম বাত্ৰাৰ জীৱনীমূলক ছবিৰ পৰিকল্পনা কৰিছিল। শ্বেৰশাহৰ প্ৰযোজক শব্বীৰ বক্সৱালাই প্ৰকাশ কৰিছে যে অভিনেতাজনে তেওঁক আয়ুষৰ পৰামৰ্শহে দিছিল।

প্ৰযোজকে কৈছিল যে,"যেতিয়া মই জংলী পিকচাৰ্ছৰ সৈতে আলোচনা কৰি আছিলো তেতিয়া চলমানে মোৰ কাষ চাপিছিল। তেওঁ শ্বেৰশাহখন আয়ুষৰ প্ৰথম ছবি হোৱাটো বিচাৰিছিল, আৰু ইয়াত মোৰ সৈতে অংশীদাৰ হ'ব বিচাৰিছিল।অৱশ্যে, সিদ্ধাৰ্থে তেতিয়ালৈকে পৰম বীৰ চক্ৰ বঁটা প্ৰাপ্ত বিক্ৰমৰ চৰিত্ৰত অভিনয় কৰাটো একপ্ৰকাৰে ফাইনেল হৈ পৰিছিল আৰু ইয়াৰ বাবে ইতিমধ্যে পৰিয়ালৰ লগত এখন বৈঠকৰো ব্যৱস্থা কৰা হৈছিল।"

"তেওঁক আন এজন অভিনেতাৰ বাবে বাদ দিয়াটো অত্যন্ত অনৈতিক হ'লহেতেন। যেতিয়া কেপ্টেইন বাত্ৰাৰ পৰিয়ালে মোক এইখন চলচিত্ৰ কৰাৰ অধিকাৰ দিছিল,তেতিয়াই এইটো মোৰ বাবে এটা ডাঙৰ মুহূৰ্ত আছিল। তেওঁলোকে মোৰ ওপৰত অপৰিসীম বিশ্বাস দেখুৱাইছিল, আৰু সেয়ে মই কোনো ক্ষেত্ৰতে ভুল কৰিব নিবিচাৰিছিলো। মই ছলমানক মোৰ দুৰ্দশাৰ কথা বুজাই দিছিলো আৰু তেওঁ মোক বুজি পাইছিল।"

কেপ্টেইন বিক্ৰম বাত্ৰাই বৰ্ডাৰ চলচ্চিত্ৰ খন আঠবাৰলৈকে চাইছিল:পিতৃ জি এল বাত্ৰা


Published on August 16, 2021|News Source : ৰাহুল ডেকা

গুৱাহাটী,১৬ আগষ্ট:কাৰ্গিল যুদ্ধৰ নায়ক কেপ্টেইন বিক্ৰম বাত্ৰাৰ পিতৃ-মাতৃয়ে শেহতীয়াকৈ মুক্তি প্ৰাপ্ত তেওঁলোকৰ পুত্ৰৰ জীৱনীমূলক ছবি শ্বেৰশাহ চোৱাৰ পিছত নিজৰ প্ৰতিক্ৰিয়াৰ ব্যক্ত কৰিছে। কাৰ্গিল যুদ্ধৰ সময়ত কেপ্টেইন বাত্ৰাৰ মৃত্যু হৈছিল,সিদ্ধাৰ্থৰ আগতে অভিষেক বচ্চনে এলঅ'চি কাৰ্গিলত বিক্ৰমৰ চৰিত্ৰত অভিনয় কৰিছিল।

তেওঁৰ দেউতাক জি এল বাত্ৰাই কৈছিল যে কেপ্টেইন বাত্ৰাই ১৯৯৭ চনৰ ছুপাৰ হিট ছবি বৰ্ডাৰখন আঠবাৰ চাইছিল,তেওঁ বলিউডৰ সমান্তৰালকৈ দেশক অত্যন্ত ভাল পাইছিল।

তেওঁ জনপ্ৰিয় মিডিয়া হাউছ দ্য কুইণ্টক কৈছিল, "বিক্ৰমে আঠবাৰ বৰ্ডাৰ চলচ্চিত্ৰ খন চাইছিল যিয়ে তেওঁৰ ওপৰত এক স্থায়ী প্ৰভাৱ পেলাইছিল। তেওঁ এজন সৈনিকৰ জীৱন আৰু চাকৰি ভাল পাইছিল সেয়ে তেওঁ সেনাত যোগদান কৰাৰ সিদ্ধান্ত লৈছিল।" তেওঁ লগতে কয় পাকিস্তানী সৈন্যৰ গুলীয়ে তেওঁৰ পুত্ৰৰ বুকুত আঘাত কৰাৰ দৃশ্যাংশ আছিল তেওঁলোকৰ বাবে এক অতি আৱেগিক মুহূৰ্ত।

Cartoon
View Older

 

January 29, 2022


Entertainment
View Older


From Our Archive

Create Account