Choose Language

  • All  
  • English
  • অসমীয়া

আই পি এল ২০২১ ৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিলে চেন্নাই চুপাৰ কিংছে 


Published on August 20, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

অসম সাহিত্য সভা আৰু গুৱাহাটী প্ৰেছ ক্লাবৰ যৌথ উদ্যোগত "শুদ্ধ বানান, শুদ্ধ উচ্চৰণ" শীর্ষক কৰ্মশালা


Published on August 20, 2021|News Source : অৰূপ ডেকা


গুৱাহাটী, ২০ আগষ্টঃ শুক্ৰবাৰে অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ত অসম সাহিত্য সভা আৰু গুৱাহাটী প্ৰেছ ক্লাবৰ যৌথ উদ্যোগত "শুদ্ধ বানান, শুদ্ধ উচ্চাৰণ" শীর্ষক এদিনীয়া কৰ্মশালা অনুষ্ঠিত হয়। 

উক্ত কৰ্মশালাত অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া, উপ-সভাপতি মৃণালিনী দেৱী, গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি মনোজ নাথ, সম্পাদক সঞ্জয় ৰায়ৰ লগতে নিমন্ত্রিত অতিথি সাংবাদিক প্ৰশান্ত ৰাজগুৰু, নিতুমনি শইকীয়া উপস্থিত থাকে। 

আজি অনুষ্ঠিত হোৱা কৰ্মশালাত সমল ব্যক্তি ড° দীনেশচন্দ্র গোস্বামীয়ে অসম সাহিত্য সভাৰ সদস্যসকলৰ লগতে বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ প্ৰতিনিধি সকলক শুদ্ধ ভাষা আৰু ব্যাকৰণৰ ওপৰত বাখ্যা আগবঢ়ায়। 

অনুষ্ঠানটোৰ শেষত সংবাদ প্ৰতিষ্ঠানৰ প্ৰতিনিধি সকলে ড° দীনেশচন্দ্র গোস্বামীৰ সৈতে শুদ্ধ ভাষা আৰু শুদ্ধ উচ্চাৰণৰ ওপৰত প্ৰশ্নোত্তৰ শিতানত মিলিত হয়।


Published on January 1, 1970|News Source :
most read news
    Cartoon
    View Older

     

    August 7, 2022


    Entertainment
    View Older

    North-East
    View Older

    From Our Archive

    Create Account