Cartoon
View Older
গুৱাহাটী, ২৩ আগষ্টঃ২৪-২৬ আগষ্টলৈ অসমত প্ৰবল বৃষ্টিপাতৰ এলাৰ্ট জাৰি।ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা।অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ আন আন ৰাজ্যসমূহতো প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা আছে।
সোমবাৰৰ পৰা বৃহস্পতিবাৰলৈকে বৃষ্টিপাতৰ পৰিমাণ বৃদ্ধি হ’ব।মৌচুমী বতাহৰ প্ৰভাৱৰ বাবেই প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা।
বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ব্যক্ত কৰিলে এই সম্ভাৱনা।অসমক ORANGE ZONE ঘোষণা কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ।
Comments