Cartoon
View Older
গুৱাহাটী,২৩ আগষ্টঃ ৰাজ্যখনৰ একমাত্ৰ সুৰা আৰু বিয়েৰৰ পাইকাৰী বিক্ৰেতা বেভকোৰ মতে, ১০ দিনীয়া ওনাম উৎসৱৰ সময়ত অভিলেখ সংখ্যক ৭৫০ কোটি টকাৰ সুৰা পান কৰিছিল।
ভাৰতবৰ্ষৰ অইন ৰাজ্যসমূহৰ তুলনাত কেৰেলাত বৰ্তমানেও ক'ভিড সংক্ৰমণ হ্ৰাস হোৱা নাই।তথাপি বেভকোৰ ২৫০ খন খুচুৰা বিক্ৰী কেন্দ্ৰৰ বিক্ৰিয়ে আচৰিত কৰি তুলিছে ভাৰতীয় জনসাধাৰণক।৭০ শতাংশ বিক্ৰী খুচুৰা বিপনীসমূহৰ জৰিয়তে হৈছিল আনহাতে বাৰবোৰৰ হৈছিল ৩০ শতাংশ।
Comments