Classifieds
View All
গুৱাহাটী, ৩০ আগষ্টঃ সোমবাৰৰ পৰা কামৰূপ মহানগৰ জিলাত দুদিনীয়াকৈ ভ্ৰাম্যমান ক’ভিড ছিটাকৰণৰ কাৰ্যসূচী আৰম্ভ হ'ব। এই কাৰ্যসূচী জিলাখনৰ ৫টা খণ্ডত আৰম্ভ কৰা হ’ব। এই ছিটাকৰণ কাৰ্যসূচী সফলতাৰে সম্পন্ন কৰিবলৈ খণ্ড অনুযায়ী কেবাটাও দল গঠন কৰা হৈছে৷
দলসমূহৰ যোগাযোগ সমূহ এনেধৰণৰঃ
সোণাপুৰ মণ্ডলঃ
৬০০৩৬৩৩১৩৯
৮৮৫১৯৭৭২২৪
ৰাজধানী মণ্ডলঃ
৮৪৮৬৫৬২৭১২
৮১৩৩৮৭৮৪৩৫
৯৯৫৭৯১৯২৩৪
৭০০২৫৪২৭০২
পূৱ মণ্ডলঃ
৯৭০৭১০১৬৯৯
৬০০০৭৮৭১৪১
৮৮১২০৬৬৭৩৭
৮৪০৩৮৪৮৫৮৯
পশ্চিম মণ্ডলঃ
৭৫৭৫৯১৫৫৭২
৭৫৭৭৯৩৭৭৫২
৮৬৩৮৪১৮২৪৯
৭০০২৩৯৯২০৬
ধীৰেণপাৰা মণ্ডলঃ
৯৫০৮৩৪৫৩০২
৮০১১০৮০৬৪১
৯৯৫৭২৯৬৪১৬
৬০২৬৭৪০৩৩৩
ভেকছিন গ্ৰহণ কৰিবলৈ লোকসকলে নিজ নিজ সংশ্লিষ্ট এলেকা অনুযায়ী উল্লেখিত যিকোনো নম্বৰত যোগাযোগ কৰি ছিটাকৰণ ল'ব পাৰিব৷
Comments