Classifieds
View All
গুৱাহাটী,১ ছেপ্টেম্বৰ:আদিল হুছেইন আৰু তিলোত্তমা শ্ব'ম অভিনীত আৰু গৌতম ঘোষৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰ "ৰাহগিৰে" ৱাশ্বিংটন ডিচি দক্ষিণ এছিয়ান চলচ্চিত্ৰ মহোৎসৱত চাৰিটাকৈ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে
চলচ্চিত্ৰখনে শ্ৰেষ্ঠ ফিচাৰ ফিল্ম, শ্ৰেষ্ঠ পৰিচালক,শ্ৰেষ্ঠ অভিনেত্ৰী আৰু শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে।অসমৰ আদিল হুছেইনে উক্ত চলচ্চিত্ৰ খনৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে।এই মহোৎসৱটো ২৮ আগষ্টৰ পৰা ২৯ আগষ্ট, ২০২১ লৈ অনুষ্ঠিত হৈছিল।
এই বছৰৰ জুন মাহত, "ৰাহগিৰে" সন্মানীয় ইউকে এছিয়ান চলচ্চিত্ৰ মহোৎসৱটো দুটাকৈ বঁটা লাভ কৰিছিল। শ্ৰেষ্ঠ পৰিচালক হিচাপে ঘোষক মনোনীত কৰা হৈছিল আনহাতে শ্ব'মে শ্ৰেষ্ঠ মহিলা অভিনেতাৰ বঁটা লাভ কৰিছিল।
Comments